অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

যান্ত্ৰিক অভিযান্ত্ৰিকী

যান্ত্ৰিক অভিযান্ত্ৰিকী (Mechanical Engineering, মেকানিকেল ইঞ্জিনিয়াৰিং) এটা অভিযান্ত্ৰিক বিষয়, যত অভিযান্ত্ৰিকী, পদাৰ্থ বিজ্ঞান আৰু সামগ্ৰী বিজ্ঞানৰ বিধি প্ৰয়োগ কৰি কোনো যান্ত্ৰিক প্ৰক্ৰিয়া এটাৰ ৰূপায়ণ, বিশ্লেষণ, নিৰ্মাণ আৰু প্ৰতিপালন কৰা হয়।

হালনাগাদ: ১৯ জুন ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

যান্ত্ৰিক অভিযান্ত্ৰিকী (Mechanical Engineering, মেকানিকেল ইঞ্জিনিয়াৰিং) এটা অভিযান্ত্ৰিক বিষয়, যত অভিযান্ত্ৰিকী, পদাৰ্থ বিজ্ঞান আৰু সামগ্ৰী বিজ্ঞানৰ বিধি প্ৰয়োগ কৰি কোনো যান্ত্ৰিক প্ৰক্ৰিয়া এটাৰ ৰূপায়ণ, বিশ্লেষণ, নিৰ্মাণ আৰু প্ৰতিপালন কৰা হয়। ই এটা অভিযান্ত্ৰিক বিষয়ৰ শাখা য'ত কল-কব্জাৰ ৰূপায়ণ, উৎপাদন আৰু .১২ পৰিচালনৰ কথা নিহীত হৈ আছে। ই এটা অতিকে পুৰণি আৰু ব্যাপক অভিযান্ত্ৰিক বিষয়।

শিক্ষা

পাঠ্যক্ৰ্ম

যান্ত্ৰিক অভিযান্ত্ৰিকীৰ মৌলিক বিষয় সমূহ:

  • গণিত (বিশেষকৈ, কলন-গণিত, অবকলীয় সমীকৰণ,আৰু ৰৈখিক বীজগণিত)
  • মৌলিক ভৌতিক বিজ্ঞান (পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান সমন্বিতে)
  • স্থিতি বিজ্ঞান আৰু গতি-বিজ্ঞান
  • সামগ্ৰীৰ জোৰ আৰু গোটাৱস্থাৰ গতি-স্থিতি বিজ্ঞান
  • সামগ্ৰী অভিযান্ত্ৰিকী, মিশ্ৰ-সামগ্ৰী
  • উষ্মাগতি-বিজ্ঞান, তাপ-স্থানান্তৰণ, শক্তি-ৰূপান্তৰণ, আৰু HVAC উবাবা (উত্তাপন,বাতায়ন, বাতানুকুলন) (বিঃদ্ৰঃ উচ্চ বিভৱান্তৰীয় উভমুখী বিজুলীসোঁত(উবিউবি নহয়)
  • ইন্ধন, জ্বলন, অন্তঃপ্ৰদাহ ইঞ্জিন
  • পনীয়াৱস্থাৰ গতি-স্থিতি বিজ্ঞান (পানীয়ৰ স্থিতি বিজ্ঞান আৰু পানীয়ৰ গতি-বিজ্ঞান)
  • যান্ত্ৰিক প্ৰক্ৰিয়া আৰু কল(যান্ত্ৰিক) ৰূপায়ণ (including Kinematics and dynamics)
  • তুলায়ন আৰু জোখমাখ
  • উৎপাদন অভিযান্ত্ৰিকী, প্ৰযুক্তি, বা প্ৰক্ৰিয়া সমূহ
  • কম্পন, নিয়ন্ত্ৰণ-তত্ত্ব আৰু নিয়ন্ত্ৰণ অভিযান্ত্ৰিকী
  • তৈলচাপ-তন্ত্ৰ, আৰু বায়ৱচাপ-তন্ত্ৰ
  • বিদ্যুত-যান্ত্ৰিকী, আৰু কৃত্ৰিম-মানৱীয় তন্ত্ৰ
  • অভিযান্ত্ৰিক ৰূপায়ণ আৰু উৎপাদ ৰূপায়ণ়়
  • অভিযান্ত্ৰিক চিত্ৰাংকন, গন্ত্ৰ-সহায়িত ৰূপায়ণ (CAD) আৰু গন্ত্ৰ-সহায়িত উৎপাদন (CAM)৩৪

আধুনিক সা-সৰঞ্জাম

An oblique view of a four-cylinder inline crankshaft with pistons
An oblique view of a four-cylinder inline crankshaft with pistonsছবি: Freeformer · CC BY-SA 3.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ engineering "mechanical engineering". The American Heritage Dictionary of the English Language, Fourth Edition. Retrieved: 19 September 2014
  2. ↑ "mechanical engineering". Webster dictionary. Retrieved: 19 September 2014
  3. ↑ University of Tulsa Required ME Courses - Undergraduate Majors and Minors . Department of Mechanical Engineering, University of Tulsa, 2010. Accessed: 17 December 2010
  4. ↑ Harvard Mechanical Engineering Page . Harvard.edu. Accessed: 19 June 2006

সম্পৰ্কিত শ্ৰেণী

অভিযান্ত্ৰিক বিদ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যান্ত্ৰিক অভিযান্ত্ৰিকী” প্ৰবন্ধৰ সংশোধন ৬১৩০১৬ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।