অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোহন দাস

মোহন দাস অসমৰ এজন ৰাজনীতিবিদ আছিল। তেঁও পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৫ ৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মোহন দাস অসমৰ এজন ৰাজনীতিবিদ আছিল। তেঁও পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

জীৱনী

মোহন দাস ১৯৯৬ চনত পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।১ ২০১৯ চনৰ ৫ জুলাইত তেখেতৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ Assam Legislative Assembly - Members 1996-2001. Assam Legislative Assembly
  2. ↑ (5 July 2019). Ex-MLA Mohan Das Passes Away. Pratidin Time

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহন দাস” প্ৰবন্ধৰ সংশোধন ৫৪০১৩৭ (২৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।