অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মেলা পট

মেলা পট এক উৎসৱ। ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু সংমণ্ডলৰ ডোডা জিলাৰ ভাদেৰৱাহ তহচিলৰ খাখল গাঁৱত নাগ সংস্কৃতিৰ প্ৰতীক হিচাপে প্ৰতি বছৰে নগা পঞ্চমীৰ দিনা অনুষ্ঠিত হোৱা ই তিনিদিনীয়া উৎসৱ।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মেলা পট এক উৎসৱ। ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু সংমণ্ডলৰ ডোডা জিলাৰ ভাদেৰৱাহ তহচিলৰ খাখল গাঁৱত নাগ সংস্কৃতিৰ প্ৰতীক হিচাপে প্ৰতি বছৰে নগা পঞ্চমীৰ দিনা অনুষ্ঠিত হোৱা ই তিনিদিনীয়া উৎসৱ।১

পৃষ্ঠভূমি

ৰেচম কাপোৰৰ সংস্কৃত শব্দ "পট বস্ত্ৰ"ৰ নামেৰে এই উৎসৱ মেলা পটৰ নামকৰণ কৰা হৈছে। এই তিনিদিনত জাতি আৰু ধৰ্ম নিৰ্বিশেষে সকলো পটভূমিৰ লোকে বৃহৎসংখ্যক মেলা পেটত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। মেলা পটৰ শিপা ষোড়শ শতিকাৰপৰাই হৈছে যেতিয়া সম্ৰাট আকবৰ২ ৰাজা নাগপালৰ আধ্যাত্মিক শক্তিত আচৰিত হৈছিল, ভাদেৰৱাহৰ শাসকে তেওঁক ধাতুৰ পাত্ৰ, সোণ আৰু ৰূপৰ অলংকাৰ, ৰেচমৰ কাপোৰ আৰু বাদ্যযন্ত্ৰকে ধৰি নাগ দেৱতা নাগ ৰাজ বাসুকিৰ প্ৰতি সন্মানৰ ইংগিত হিচাপে যথেষ্ট ধনেৰে সন্মান জনাইছিল।৩

তথ্যসূত্ৰ

  1. ↑ Mela Patt, Bhaderwah. utsav.gov.in
  2. ↑ Mela patt of Bhaderwah. www.ijaresm.com
  3. ↑ Bhaderwah · Mela Patt. www.bhaderwah.com

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতিউৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেলা পট” প্ৰবন্ধৰ সংশোধন ৫৪১০৭৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।