অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুখতাৰ খান

মুখতাৰ খান (Mukhtar Khan) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২৫ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মুখতাৰ খান (Mukhtar Khan) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে।১

প্ৰাথমিক জীৱন

মুখতাৰ খানৰ ভাৰতৰ কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰৰ বাসিন্দা।

সাংবাদিকতা

বৰ্তমান মুখতাৰ খানে আমেৰিকাৰ সংবাদ সংস্থা এ পিৰ সাংবাদিক হিচাপে কাম কৰি আছে।২

অৰ্জন

২০১৯ চনৰ আগষ্ট মাহত ভাৰতৰ কাশ্মীৰৰ অভূতপূৰ্ব পৰিস্থিতিৰ বাতৰি পৰিৱেশন কৰা আন দুগৰাকী ফটো সাংবাদিক দাৰ ইয়াচিন আৰু চন্নী আনন্দৰ সৈতে তেওঁ সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ (May 5, 2020). পুলিৎজাৰ জিতলেন তিন কাশ্মিৰি সাংবাদিক. banglatribune.com
  2. ↑ (৫ মে ২০২০). ৩ কাশ্মিৰি সাংবাদিক জিতলেন পুলিৎজাৰ. dailynayadiganta.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিপুলিৎজাৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুখতাৰ খান” প্ৰবন্ধৰ সংশোধন ৫৬২১৫৪ (৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।