মিজোৰাম লোকসভা সমষ্টি (Mizoram Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
লোকসভাৰ সদস্যসকল
মিজোৰাম লোকসভা সমষ্টিৰ সাংসদসকলৰ নাম তলত উল্লেখ কৰা হ’ল:১
| বৰ্ষ | লোকসভা | সাংসদ | দল |
|---|---|---|---|
| ১৯৭১ | পঞ্চম | Sangliana | মিজো ইউনিয়ন |
| ১৯৭৭ | ষষ্ঠ | R. Rothuama | নিৰ্দলীয় |
| ১৯৮০ | সপ্তম | R. Rothuama | নিৰ্দলীয় |
| ১৯৮৯ | অষ্টম | Shri Lalduhoma | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯১ | নৱম | C. Silvera | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯৬ | দশম | C. Silvera | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯৭ | একাদশ | C. Silvera | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯৮ | দ্বাদশ | H. Lallungmuana | নিৰ্দলীয় |
| ১৯৯৯ | ত্ৰয়োদশ | Vanlalzawma | নিৰ্দলীয় |
| ২০০৪ | চতুৰ্দশ | Vanlalzawma | মিজো নেচনেল ফ্ৰ'ণ্ট |
| ২০০৯ | পঞ্চদশ | C. L. Ruala | ভাৰতীয় জাতীয় কংগ্ৰেছ |
লগতে চাওক
- লোক সভাৰ সমষ্টিসমূহৰ তালিকা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিজোৰাম (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ১৩৫৩৬৭ (১৯ মাৰ্চ ২০১৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।