অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মান্দা (দেৱী)

মান্দা (मान्दा, ) বা ধমিনী (धामिनी, ) হ'ল হিন্দু ধৰ্ম মতে শনিৰ দ্বিতীয় পত্নী আৰু মান্দীৰ মাতৃ। তাই এগৰাকী গন্ধৰ্ব কন্যা আৰু ৰাজকুমাৰী। তাই হ'ল কলৰ দেৱী। তাইৰ নৃত্যই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ব্যক্তিক আকৰ্ষণ কৰিব পাৰে।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মান্দা (मान्दा, ) বা ধমিনী (धामिनी, ) হ'ল হিন্দু ধৰ্ম মতে শনিৰ দ্বিতীয় পত্নী আৰু মান্দীৰ মাতৃ। তাই এগৰাকী গন্ধৰ্ব কন্যা আৰু ৰাজকুমাৰী। তাই হ'ল কলৰ দেৱী। তাইৰ নৃত্যই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ব্যক্তিক আকৰ্ষণ কৰিব পাৰে। কেতিয়াবা, মান্দাক ভাৰতত শনি গ্ৰহৰ ঐশ্বৰিক ৰক্ষক (শনি দেৱ) বুলিও উল্লেখ কৰা হয়।১

নামকৰণ

মান্দা সৰু থাকোতেই তাইৰ মাতৃ দিব্যংকাৰ মৃত্যু হৈছিল। কেঁচুৱা মান্দাক বচাবলৈ চেষ্টা কৰি দিব্যংকাই আসুৰিক সাপৰ লগত যুঁজি নিজৰ প্ৰাণ আহুতি দিছিল। চিত্ৰৰথে তাইৰ মৃত্যুত শোক প্ৰকাশ কৰে। এই স্মৃতি চিৰস্থায়ী কৰিবলৈ মান্দৰ পিতৃ চিত্ৰৰাথে মান্দাক সৰ্প ধমিনীৰ নামেৰে নামাকৰণ কৰিছিল।

স্তুতি

মান্ধদা বা ধমিনী শনিদেৱৰ আগশাৰীৰ পত্নী৷ শনিদেৱৰ পূজাৰ বাবে পত্নীৰ নাম জপ কৰিলে শনি ভগৱানক সন্তুষ্ট কৰাত সহায় হয়।

টেলিভিছনত

কালাৰ্ছ টিভিত প্ৰচাৰিত শনি নাটকত ধমিনীক অভিনয় কৰা হৈছিল। টিনা দত্তই তাইৰ চৰিত্ৰত অভিনয় কৰিছিল৷

তথ্যসূত্ৰ

  1. ↑ Manfred Lurker. (2004). The Routledge Dictionary of Gods and Goddesses, Devils and Demons. Routledge. পৃ. 118. ISBN 978-0415340182

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মান্দা (দেৱী)” প্ৰবন্ধৰ সংশোধন ৪৭৮৯৯৩ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।