মাণিক সাহা এজন ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ত্ৰিপুৰাৰ বৰ্তমান আৰু একাদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰা শাখাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ব্যক্তিগত জীৱন
তেখেতে ১৯৫৩ চনৰ ৮ জানুৱাৰীত মাখন লাল সাহা আৰু প্ৰিয়াবালা সাহাৰ ঘৰত জন্মগ্ৰহণ কৰে।২৩তদুপৰি, বিহাৰৰ পাটনাৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় আৰু লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল কলেজৰ পৰা বিডিএছ আৰু এমডিএছ ডিগ্ৰী লাভ কৰে। তেখেতৰ সহধৰ্মিনীৰ নাম হৈছে শ্ৰীমতী স্বপ্না সাহা।২
তথ্যসূত্ৰ
- ↑ (14 May 2022). Who is Manik Saha, the new chief minister of Tripura. Times of India
- ↑ Shri Manik Saha · National Portal of India. www.india.gov.in
- ↑ (14 May 2022). कौन हैं त्रिपुरा के नए CM डॉ. माणिक साहा: डेंटिस्ट से राजनेता बने, 7 साल पहले कांग्रेस को छोड़ भाजपा में आए. TV9 Bharatvarsh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানিক সাহা” প্ৰবন্ধৰ সংশোধন ৩৭০৬১০ (২ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।