অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মদিনা

মদিনা (المدينة, চৰকাৰী ভাবে: আল-মদিনা আল-মুনাওয়াৰাহ) অথবা মদিনাহ হিচাপেও ইয়াক অনুবাদ কৰা হয়, হৈছে পশ্চিমী চৌদি আৰৱৰ হেজাজ অঞ্চলৰ এখন চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ য'ত মুছলিম সকলৰ শেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কবৰ আছে।

হালনাগাদ: ৪ এপ্ৰিল ২০২৫ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মদিনা (المدينة, চৰকাৰী ভাবে: আল-মদিনা আল-মুনাওয়াৰাহ) অথবা মদিনাহ হিচাপেও ইয়াক অনুবাদ কৰা হয়, হৈছে পশ্চিমী চৌদি আৰৱৰ হেজাজ অঞ্চলৰ এখন চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ য'ত মুছলমান সকলৰ শেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কবৰ আছে। ই ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ কাৰণ হজৰত মুহাম্মাদ (ছাঃ) হিজৰতৰ পাছত মদিনাত বসবাস কৰিছিল। নানান ঐতিহাসিক কাৰণত মদিনা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ মুছলমান সকলৰ ওচৰত অত্যন্ত শ্ৰদ্ধেয় আৰু পৱিত্ৰ এই নগৰীটো।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মদিনা” প্ৰবন্ধৰ সংশোধন ৫০১৯৯৬ (৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।