অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণ্ডপ ঋষি

মণ্ডপ ঋষি (সংস্কৃত: मण्डप ऋषि) কলিযুগৰ আৰম্ভণিতে ভাৰতীয় উপমহাদেশৰ বৈদিক পৰম্পৰাৰ এজন ঋষি আছিল। তেওঁ আছিল ভগৱান শিৱৰ এজন উল্লেখযোগ্য ভক্ত। কিম্বদন্তি অনুসৰি কলিযুগত মণ্ডপেই আছিল প্ৰথম ভক্ত, যিয়ে পাৰ্থিৱ শিৱলিংগ পূজা আৰম্ভ কৰিছিল।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৫ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মণ্ডপ ঋষি (সংস্কৃত ভাষা: मण्डप ऋषि) কলিযুগৰ আৰম্ভণিতে ভাৰতীয় উপমহাদেশৰ বৈদিক পৰম্পৰাৰ এজন ঋষি আছিল।১ তেওঁ আছিল ভগৱান শিৱৰ এজন উল্লেখযোগ্য ভক্ত। কিম্বদন্তি অনুসৰি কলিযুগত মণ্ডপেই আছিল প্ৰথম ভক্ত, যিয়ে পাৰ্থিৱ শিৱলিংগ পূজা আৰম্ভ কৰিছিল। তেওঁক কলিযুগত জনপ্ৰিয় পৰম্পৰা পাৰ্থিৱ শিৱলিংগ পূজাৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়। তেওঁ কুষ্মাণ্ড ঋষিৰ পুত্ৰ।২৩

তথ্যসূত্ৰ

  1. ↑ Kapoor, Badrinath. (2007-01-01). Yog Vashishth. Radhakrishna Prakashan. ISBN 978-81-8361-164-0
  2. ↑ (2021-07-31). कलियुग में कुष्मांड ऋषि के पुत्र मंडप ने पार्थिव शिवलिंग पूजन प्रारंभ किया थाःमिश्र. Nai Dunia
  3. ↑ सावन में पार्थिव पूजन का महत्व:कूष्माण्ड ऋषि के पुत्र मंडप ने शुरू की पार्थिव पूजा की परंपरा, इससे बढ़ती है उम्र और समृद्धि. Dainik Bhaskar

সম্পৰ্কিত শ্ৰেণী

ঋষি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণ্ডপ ঋষি” প্ৰবন্ধৰ সংশোধন ৫৬৪৯৩৮ (১৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।