অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণিকা মেহেম

মণিকা মেহেম (জন্ম ১৪ মাৰ্চ ১৯৭৮) এগৰাকী অষ্ট্ৰেলিয়ান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, নৃত্যংগনা আৰু গায়িকা।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মণিকা মেহেম (জন্ম ১৪ মাৰ্চ ১৯৭৮) এগৰাকী অষ্ট্ৰেলিয়ান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী, নৃত্যংগনা১ আৰু গায়িকা।

প্ৰাৰম্ভিক জীৱন

মেহেমৰ জন্ম অষ্ট্ৰেলিয়াৰ ব্ৰিছবেন, কুইন্সলেণ্ডত আৰু তেওঁ অষ্ট্ৰেলিয়ান-ৱেল্‌ছীয় বংশোদ্ভূত। তেওঁ কেনম’ৰ ষ্টেট হাইস্কুলত পঢ়িছিল কিন্তু পাছত বহিষ্কৃত হৈছিল।২ তেওঁ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত যোগদানৰ আগতে আৰ্থিক বজাৰ আৰু ভৱিষ্যত বাণিজ্য বিভাগত কাম কৰিছিল।

কেৰিয়াৰ

২০০০ চনৰ ডিচেম্বৰত তেওঁ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত যোগদান কৰে। ২০০২ চনত তেওঁ XRCO Award শাখাৰ Starlet of the Year আৰু FOXE Award শাখাৰ "Vixen of the Year" পুৰস্কাৰ লাভ কৰে।১৩

প্ৰাপ্তবয়স্ক চলচ্চিত্ৰৰ বাহিৰে, তেওঁ "Sweet Avenge" নামৰ অল-গাৰ্ল মেটেল বেণ্ডৰ গায়িকা তথা গিটাৰিষ্ট আছিল।১

ব্যক্তিগত জীৱন

২০১০ চনত তেওঁ চলচ্চিত্ৰ শিল্পৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ ঘোষণা কৰে৪ আৰু এজন ছিডনীৰ পশুচিকিৎসকৰ লগত বিবাহপাশত আবদ্ধ হয়।৫

তথ্যসূত্ৰ

  1. ↑ Lainie Speiser. (1 June 2011). Confessions of the Hundred Hottest Porn Stars. Quiver. পৃ. 113. ISBN 978-1-59233-477-3
  2. ↑ (28 October 2009). Porn star Monica Mayhem on a rampage. Courier Mail
  3. ↑ XRCO. XRCO.com
  4. ↑ Deux nouvelles pour Monica Mayhem Hot Vidéo, published 17 August 2010
  5. ↑ Australia's Monica Mayhem from porn queen to vet's wife

সম্পৰ্কিত শ্ৰেণী

গায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিকা মেহেম” প্ৰবন্ধৰ সংশোধন ৫৮১৪২১ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।