মংগল প্ৰভাত মহাত্মা গান্ধীয়ে লিখা এখন গ্ৰন্থ। দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰৰ দ্বাৰা লিখা প্ৰস্তাৱনাৰে ১৯৫৮ চনত ই মৰণোত্তৰভাৱে প্ৰকাশ পায়।
উৎপত্তি আৰু প্ৰকাশৰ ইতিহাস
গান্ধীয়ে প্ৰতি মঙলবাৰে প্ৰাৰ্থনাৰ পিছত আশ্ৰমৰ ব্ৰত ওপৰত ভাষণ দিছিল। এই ভাষণসমূহ পিছলৈ নৰন্দাস গান্ধীয়ে সংকলন কৰে আৰু ১৯৫৮ চনত মংগল প্ৰভাত গ্ৰন্থ হিচাপে প্ৰকাশ পায়।১
সাৰাংশ
মংগল প্ৰভাতে গান্ধীয়ে গ্ৰহণ কৰা এঘাৰটা ব্ৰতৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছে।২
অনুবাদ
এই গ্ৰন্থখন হিন্দীলৈ অনুবাদ কৰিছিল অমৃতলাল ঠাকুৰদাস নানাৱতীয়ে।৩ ইয়াক মাৰাঠী ভাষাত পদ্যলৈও অভিযোজিত কৰা হৈছিল আৰু ইয়াৰ শিৰোনামা আছিল আভং ব্ৰতেন।২
তথ্যসূত্ৰ
- ↑ Pyarelal. (1995). Mahatma Gandhi: Salt satyagraha: the watershed. Navajivan Publishing House. পৃ. xvii. ISBN 978-81-7229-133-4
- ↑ Tandon, Vishwanath. (1992). Acharya Vinoba Bhave. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃ. 182
- ↑ (1958). Mangal Prabhat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মংগল প্ৰভাত” প্ৰবন্ধৰ সংশোধন ৫৪১১৭০ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।