অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূমিকা গিৰি

ভূমিকা গিৰি এগৰাকী নেপালী লোক-গায়িকা। মঞ্চত অভিনয় কৰাৰ বাবে তেওঁক জনপ্ৰিয়ভাৱে Stage Queen (মঞ্চ ৰাণী) বুলি জনা যায়। ২০১৬ চনৰ জুলাই মাহলৈকে গিৰিয়ে ৩০০ৰো অধিক গীত বাণীবদ্ধ কৰিছে।

হালনাগাদ: ১৬ মে’ ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভূমিকা গিৰি এগৰাকী নেপালী লোক-গায়িকা। মঞ্চত অভিনয় কৰাৰ বাবে তেওঁক জনপ্ৰিয়ভাৱে Stage Queen (মঞ্চ ৰাণী) বুলি জনা যায়।১ ২০১৬ চনৰ জুলাই মাহলৈকে গিৰিয়ে ৩০০ৰো অধিক গীত বাণীবদ্ধ কৰিছে।২

প্ৰাৰম্ভক জীৱন

নেপালৰ ডঙত ভূমিকা গিৰিৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম হেমৰাজ গিৰি আৰু মাতৃৰ নাম অঞ্জু গিৰি।৩

কেৰিয়াৰ

মঞ্চত অভিনয়ৰ বাবে জনপ্ৰিয় ভূমিকা গিৰিয়ে ব্ৰিটেইনকে৪ ধৰি অন্য কেইবাখনো দেশত অনুষ্ঠান পৰিৱেশন কৰিছে।৫ and other several countries.২৬ তেওঁ প্ৰথম মঞ্চ অভিনয় কৰিছিল কাটাৰত।২

এলবাম

তেওঁ বানীবদ্ধ কৰা কেইখনমান জনপ্ৰিয় এলবাম হৈছে লাউকা চাখনে মৌকা দেউ৭, তীজলে গাৰায়ো (২০১৫), গোৰখপুৰকো ছালাই (২০১৭)৮, ডিয়েউ চুৰোট (২০১৭)৯, মায়াকাই পিৰালো (২০১৮)১০১১, তাৰা সাংগাই জুন (২০১৮)১২, বিকৃতী (২০১৮)১৩, বাছাইকো তামা১৪, আজৈ ভাগী জাম (২০১৯)১৫ আদি৷

বঁটা

  • ২০১৭: সুন্দৰদেৱী সন্দেশ সংগীত বঁটা১৬
  • ২০১৭: হিমালয়ান আন্তঃৰাষ্ট্ৰীয় নেপালী সংগীত বঁটা - শ্ৰেষ্ঠ শাস্ত্ৰীয় গায়ক
  • ২০১৮: ৰাপ্তী সংগীত বঁটা১৭
  • ২০১৮: কালিকা সংগীত বঁটা১৮১৯
  • ২০১৯: হিমালয়ান আন্তঃৰাষ্ট্ৰীয় সংগীত বঁটা২০ আদি৷

তথ্যসূত্ৰ

  1. ↑ (29 May 2018). संघर्षले बनेकी लोकगायिका. Naya Patrika
  2. ↑ (11 July 2016). Gulftimes: Celebrating Eid with song and dance. www.gulf-times.com
  3. ↑ सांगितिक क्षेत्रमा भूमिका खोज्दै छिन् भूमिका:: newssewa.com. www.newssewa.com
  4. ↑ Mato, Nepali. (17 July 2019). युके पुगेकी भुमिकालाइ कार्यक्रममा भ्याइनभ्याई. Nepali Mato
  5. ↑ Mato, Nepali. (17 July 2019). युके पुगेकी भुमिकालाइ कार्यक्रममा भ्याइनभ्याई. Nepali Mato
  6. ↑ के गर्दैछिन बेलायतमा गायिका भूमिका गिरी?. nagarikkhabar.com
  7. ↑ सोमबार शुक्लागण्डकी लायन्स महोत्सवमा भुमिका गिरी आउने. radiodhorbarahi.com.np
  8. ↑ भूमिका गिरीको 'गोरखपुरको सलाई' युटुबमा भाइरल (भिडियोसहित). www.nepaltalk.com
  9. ↑ Bhumika's new music video for Teej. My City
  10. ↑ (27 April 2018). गायिका भूमिका गिरीको "मायाकै पिरलो" सार्वजनिक (भिडियो सहित). Recent Nepal News
  11. ↑ भुमिकालाई मायाकै पिरलो. Online Khabar
  12. ↑ स्टेज क्वीन भूमिकाले ल्याइन् 'तारासँगै जून'. Online Khabar
  13. ↑ Pangeni, Durga. विकृतिको बिषयमा ज्योति मगर र भूमिका गिरि बीच बिबाद- शुटिंगमै गरे भनाभन. www.ekjamarko.com
  14. ↑ (25 December 2018). पहिलो पटक भूमिका गिरी र बेग रानाले गाए अर्को उत्कृष्ट मौलिक (भिडियो). Citizen FM 97.5 MHz
  15. ↑ Mato, Nepali. (16 March 2019). गायिका भुमिका गिरिलाइ कस्ले भगायो ?(हेर्नुहोस् भिडियो). Nepali Mato
  16. ↑ साहिमा र भूमिका उत्कृष्ट गायिका, भिडियो निर्देशकमा नबिन (अवार्ड पाउनको सूचिसहित). RatoPati
  17. ↑ (17 April 2018). रापती म्यूजिक अवार्ड. Dharahara Online
  18. ↑ (13 October 2018). कालिका अवार्ड पाएपछि गदगद भइन् गायिका गिरी. REPUBLICADAINIK
  19. ↑ (13 October 2018). "सर्बोत्कृष्ट लोक दोहोरि गायिका" को अवार्ड भूमिका गिरीको पोल्टामा... Online Patrika Nepal
  20. ↑ (18 February 2019). कतारमा कलाकार तथा विशिष्ट व्यक्तिहरुलाई अवार्ड र सम्मान. 24 News Press

সম্পৰ্কিত শ্ৰেণী

নেপালৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমিকা গিৰি” প্ৰবন্ধৰ সংশোধন ৬০৬৬০৬ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।