অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভিচছ

ভিচছ (Vsauce) ইণ্টাৰনেটত বিখ্যাত মাইকেল ষ্টিভেন্সৰ দ্বাৰা চালিত এটি ইউটিউব চেনেল। এই চেনেলত বিজ্ঞান, দৰ্শনৰ বিষয়ে ভিডিঅ' দিয়া হয়, কেতিয়াবা খেল, প্ৰযুক্তি, সংস্কৃতি আৰু অন্যান্য জনপ্ৰিয় বিষয়েও ভিডিঅ' প্ৰকাশিত কৰা হয়।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৫ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভিচছ (Vsauce) ইণ্টাৰনেটত বিখ্যাত মাইকেল ষ্টিভেন্সৰ দ্বাৰা চালিত এটি ইউটিউব চেনেল।১ এই চেনেলত বিজ্ঞান, দৰ্শনৰ বিষয়ে ভিডিঅ' দিয়া হয়, কেতিয়াবা খেল, প্ৰযুক্তি, সংস্কৃতি আৰু অন্যান্য জনপ্ৰিয় বিষয়েও ভিডিঅ' প্ৰকাশিত কৰা হয়।২৩৪৫৬

ইতিহাস

জুন ২৪ ২০১০ চনত মাইকেল ষ্টিভেন্সে প্ৰথম ভিচছ চেনেল মুকলি কৰিলে।৭ প্ৰথমে ধাৰাটোৰ বিষয় আছিল ভিডিঅ' খেল আৰু ধাৰাটোৰ কেইবাজনো হ'ষ্ট আছিল৮ পিচে, পিছলৈ আই-এম-জিৰ দৰে ভাগৰ গুৰুত্ব বাঢ়িল আৰু মাইকেল একমাত্ৰ হ'ষ্ট হ'ল। চেনেলটোৰ বিষয়বস্তু শৈক্ষিকলৈ স্থানান্তৰিত হ'ল। ৯ চেপ্টেম্বৰ ২০১২ৰ পৰা কেৱল শৈক্ষিক বিষয়বস্তুৰ ওপৰতহে ভিডিঅ' প্ৰকাশ পাবলৈ ধৰিলে। .৯ According to episode #18 of "LÜT" on the original Vsauce channel, the name "Vsauce" was generated using the fake website generator portion of a site called Fake Name Generator. After Stevens generated the fake website "Vsauce.com" he registered it, and began uploading videos.১০

২০১০ চনৰ ডিচেম্বৰত ভিচছৰ সাফল্যৰ পিছত ভিচছ ২ (Vsauce2) আৰু ভিচছ ৩ (Vsauce3) মুকলি কৰা হ'ল।১১১২ ২৫ জুলাই ২০১২ত ৱিচছ (WeSauce) মুকলি কৰা হ'ল। .১৩

সাফল্য

চেপ্টেম্বৰ ২০১২ত ভিচছ আটাইতকৈ দ্ৰুত গতিত বিকশিত হোৱা চেনেলসমূহৰ অন্যতম হ'ল।১৪ ভিচছৰ মুখ্য চেনেলৰ চাবস্ক্ৰাইবাৰৰ সংখ্যাই ১০ লাখ চুলেগৈ।১৫১৬

অন্য তথ্য

চেপ্টেম্বৰ ২০১২ত বিল নাই ভিচছৰ এটি ভিডিঅ'ত ওলাল। ভিডিঅ'টোৰ নাম "হুৱাই ডিড্ দা চিকেন ক্ৰছ দা ৰ'ড" (মুৰ্গীজনীয়ে বাটটো কিয় পাৰ কৰিলে?)। ভিডিঅ'টোৰ বিষয়বস্তু সেই কৌতুকেই হয়।১৭ "এ ডিফেন্স অৱ কমিক চেন্স" ভিডিঅ'ত প্ৰকাশ পোৱা মতে ভিচছত আল্সিনা আখৰ ব্যৱহাৰ কৰা হয় কাৰণ এই আখৰ ভিচছৰ ল'গ' নিৰ্মাতাৰ আখৰৰ লগত মিলে।১৮

তথ্যসূত্ৰ

  1. ↑ (November 20, 2012). What is Vsauce?. THNKR TV. YouTube
  2. ↑ Eric Limer. (September 30, 2012). What Is the Hottest Temperature Anything Can Be?. Gizmodo
  3. ↑ Rocco Penn. (August 19, 2012). If everyone jumped at once, not much would happen. Techi
  4. ↑ Phil Plait. (August 25, 2012). Jump!. Discover Magazine
  5. ↑ Mark Russell. (November 6, 2011). How Much Does the Internet Weigh?. Newser
  6. ↑ Sean Ludwig. (July 22, 2012). The spacebar is pressed 6M times a second & other crazy typing facts (video). Venture Beat
  7. ↑ Vsauce about. Vsauce. YouTube
  8. ↑ Ed Carrasco. (September 14, 2012). YOUTUBE’S VSAUCE HAS THE SPECIAL INGREDIENTS TO MAKE SCIENCE VIRAL (INTERVIEW). New Media Rockstars
  9. ↑ Vsauce videos. Vsauce. YouTube
  10. ↑ "MAKE YOUR CAT A DJ – and more! LÜT #18". Vsauce. Youtube. Retrieved July 24th, 2013
  11. ↑ Vsauce2 about. Vsauce2. YouTube
  12. ↑ Vsauce3 about. Vsauce3. YouTube
  13. ↑ WeSauce about. WeSauce. YouTube
  14. ↑ Elayna Seguin. (September 15, 2012). Top 5 Rapidly Growing YouTube Channels. East Side Newspaper. My High School Journalism
  15. ↑ Ed Carrasco. (September 14, 2012). YouTube’s Vsauce Has The Special Ingredients to Make Science Viral (INTERVIEW). New Media Rockstars
  16. ↑ Simon Usborne. (January 30, 2013). How to explain absolutely anything: Academics pick apart mysteries of the cosmos on YouTube. The Independent
  17. ↑ Amanda Walgrove. (September 17, 2012). Vsauce And Bill Nye Dissect The Classic Joke, ‘Why Did The Chicken Cross The Road?’. What's Trending
  18. ↑ (February 13, 2013). 'A Defense Of Comic Sans': Vsauce Gives History Of The World's Most Hated Font (VIDEO). Huffington Post

সম্পৰ্কিত শ্ৰেণী

ইউটিউব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিচছ” প্ৰবন্ধৰ সংশোধন ৫৩৮২৯২ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।