অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৰতীয় অলিম্পিক সংঘ

ভাৰতীয় অলিম্পিক সংঘ হৈছে ভাৰতৰ এনে এটা সংস্থা যি বৰ্তমান ভাৰতৰ পৰা অলিম্পিক গেমছ, এছিয়ান গেমছ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ ক্ৰীড়াবিদ নিৰ্বাচন আৰু প্ৰেৰণ কৰাৰ লগতে এই প্ৰতিযোগিতাত ক্ৰীড়াবিদ সকলক পৰিচালনা কৰে।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৩ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় অলিম্পিক সংঘ হৈছে ভাৰতৰ এনে এটা সংস্থা যি বৰ্তমান ভাৰতৰ পৰা অলিম্পিক, এছিয়ান গেমছ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ ক্ৰীড়াবিদ নিৰ্বাচন আৰু প্ৰেৰণ কৰাৰ লগতে এই প্ৰতিযোগিতাত ক্ৰীড়াবিদ সকলক পৰিচালনা কৰে। এই সংঘই কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ক্ৰীড়াবিদ নিৰ্বাচন কৰা ভাৰতীয় কমনৱেলথ গেমছৰ সংস্থা হিচাপেও কাৰ্য কৰে।১

তথ্যসূত্ৰ

  1. ↑ India at the Commonwealth Games. Commonwealth Games Federation

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়া সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় অলিম্পিক সংঘ” প্ৰবন্ধৰ সংশোধন ৩৯২৯৪৮ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।