অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভাংলাইনি

ভাংলাইনি মিজোৰামৰ পৰা প্ৰকাশিত এখন মিজো ভাষাৰ দৈনিক বাতৰি কাকত৷ ভাৰতৰ বাতৰি কাকত পঞ্জীয়কৰ ওচৰত পঞ্জীকৃত কাকতখনকে ছাপডাংগাৰ দ্বাৰা সম্পাদিত, মুদ্ৰিত আৰু তেওঁ কাকতখনৰ স্বত্বাধিকাৰিও৷ এই কাকতখন মিজোৰামত সৰ্বাধিক প্ৰচলিত কাকত৷

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

ভাংলাইনি মিজোৰামৰ পৰা প্ৰকাশিত এখন মিজো ভাষাৰ দৈনিক বাতৰি কাকত৷১ ভাৰতৰ বাতৰি কাকত পঞ্জীয়কৰ ওচৰত পঞ্জীকৃত কাকতখনকে ছাপডাংগাৰ দ্বাৰা সম্পাদিত, মুদ্ৰিত আৰু তেওঁ কাকতখনৰ স্বত্বাধিকাৰিও৷ এই কাকতখন মিজোৰামত সৰ্বাধিক প্ৰচলিত কাকত৷২৩৪

মিজো বঁটা

মিজোৰামৰ কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ উল্লেখযোগ্য বৰঙনিৰ বাবে ভাংলাইনিয়ে এক বঁটা প্ৰবৰ্তন কৰিছে৷ ২০১১ চনৰ পৰা প্ৰৱৰ্তিত এই বঁটা প্ৰতি তিনি বছৰৰ মূৰত আগবঢ়োৱাৰ কথা সিদ্ধান্ত হয়৷ এই বটাত আছে নগধ এক লাখ টকা আৰু এটা স্মাৰক৷৫৬

বঁটা প্ৰাপকসকল

  • ২০১১: ব্ৰি টি চাইল', অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী৭৮
  • ২০১৪: চাংঠাংকিমা, সমাজকৰ্মী আৰু মানৱ অধিকাৰ কৰ্মী৬৯১০১১

বাহ্যিক সংযোগ

ইন্টাৰনেট সংস্কৰণ

তথ্যসূত্ৰ

  1. ↑ Vanglaini - Mizo Daily Since 1978. vanglaini.org
  2. ↑ CLAIMED CIRCULATION OF BIG PERIODICALS: Appendix I. RNI
  3. ↑ (16 October 2013). Vanglaini - most popular Mizo newspaper in Mizoram. Maratechnology.com
  4. ↑ Mizoram Mizo Language. India Mapped
  5. ↑ mystic. (14 April 2011). Vanglaini Mizo Award. mi(sual).com
  6. ↑ Press Trust of India. (29 November 2014). Mizo social worker gets award from largest circulated daily. Business Standard. Business Standard Ltd
  7. ↑ (20 April 2011). Vanglaini Mizo Award Pu Thena hnenah!. mi(sual).com
  8. ↑ GOVERNOR IN MIZO AWARD HLAN. Directorate of Information & Public Relations, Mizoram
  9. ↑ (6 December 2014). Sangthankima’n Mizo Award dawng. Zalen
  10. ↑ (30 November 2014). Mizo social worker gets award from largest circulated daily. The Shillong Times
  11. ↑ (1 December 2014). Mizo Award 2014 Sangthankima hlan a ni. Vanglaini

সম্পৰ্কিত শ্ৰেণী

বাতৰি কাকত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাংলাইনি” প্ৰবন্ধৰ সংশোধন ৪৪৪৮৯৮ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।