অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ভলিবল

ভলিবল (Volleyball) অলিম্পিক খেলত দুই দলেৰেই ছয়জন কৰি খেলুৱৈ থাকে। নেট দি বিভক্ত কৰা কোৰ্টৰ দুই প্ৰান্তত খেলুৱৈসকল থাকে আৰু সিহঁতৰ উদ্দেশ্য থাকে প্ৰতিপক্ষ দলৰ সীমাৰ মাজত বলক ভূমিত স্পৰ্শ কৰাৰ মাধ্যমেৰে পয়ণ্ট অৰ্জন কৰা।

হালনাগাদ: ২৮ আগষ্ট ২০২১ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ভলিবল (Volleyball) অলিম্পিকত দুই দলেৰেই ছয়জন কৰি খেলুৱৈ থাকে। নেট দি বিভক্ত কৰা কোৰ্টৰ দুই প্ৰান্তত খেলুৱৈসকল থাকে আৰু সিহঁতৰ উদ্দেশ্য থাকে প্ৰতিপক্ষ দলৰ সীমাৰ মাজত বলক ভূমিত স্পৰ্শ কৰাৰ মাধ্যমেৰে পয়ণ্ট অৰ্জন কৰা।

খেলৰ নিয়ম-কানুন

ভলিবল কোৰ্ট
ভলিবল কোৰ্টছবি: David Martin · CC BY-SA 3.0

ভলিবল ১৮ মিটাৰ (৫৯ ফুট) দীঘল আৰু ৯ মিটাৰ (২৯.৫ ফুট) ওখ কোৰ্টত খেলা হয়, যিটো এটা নেটৰ দ্বাৰা দুটা ৯মিঃ×৯মিঃত বিভক্ত। নেটটোৰ উচ্চতা ১ মিটাৰ আৰু ইয়াৰ শীৰ্ষ প্ৰান্ত কোৰ্টৰ কেন্দ্ৰৰ ভূমিৰ পৰা ২.৪৩ মিঃ (পুৰুষৰ বাবে) আৰু ২.২৪ মিঃ (নাৰীৰ বাবে) উচ্চতাত অৱস্থিত। যদিও শিশু-কিশোৰ আৰু বয়স্কসকলৰ বাবে উচ্চতাৰ প্ৰয়োজনমতে পৰিৱৰ্তন ঘটে।

নিয়ন্ত্ৰক সংস্থা

আন্তৰ্জাতিক ভলিবল সংস্থা বা এফআইভিবি বীচ ভলিবলসহ ইনডোৰ ভলিবল আৰু ঘাহঁ পূৰ্ণ পথাৰত ভলিবল খেলাৰ আন্তৰ্জাতিক নিয়ন্ত্ৰণকাৰী ক্ৰীড়া পৰিচালনাকাৰী সংস্থা হিচাপে পৰিচিত।১ ইয়াৰ সদৰ দফতৰ ছুইজাৰলেণ্ডৰ লৌজানত অৱস্থিত। বৰ্তমানত ইয়াৰ সভাপতি হিচাপে আছে চীনৰ উই জিঝং।২

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ "The FIVB". Retrieved 2012-03-09.
  2. ↑ "FIVB History". Retrieved 2012-03-09.

সম্পৰ্কিত শ্ৰেণী

পেছাদাৰী ক্ৰীড়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভলিবল” প্ৰবন্ধৰ সংশোধন ২৯২৭৬২ (২৮ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।