ভট্ট পৰিয়াল এটা বিখ্যাত ভাৰতীয় পৰিয়াল, এই পৰিয়ালৰ লোকসকল বেছিভাগেই চিনেমা, অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজকৰ সৈতে জড়িত ৷ এই পৰিয়ালটোৰ বহু প্ৰজন্মই হিন্দী ছবিৰ বিকাশত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। হিন্দী চিনেমা আৰু বলীউডত এই পৰিয়ালটোৱে অপৰিসীম সন্মান আৰু জনপ্ৰিয়তা লাভ কৰিছে ৷ ১ ২ ৩
নানাভাই ভাট পৰিয়ালৰ সদস্য
প্ৰথম প্ৰজন্ম
- নানাভাই ভাট-পৰিচালক আৰু প্ৰযোজক
- বলৱন্ত ভাট-পৰিচালক
- শ্বিৰিন মহম্মদ আলী-ছিয়া মুছলমান অভিনেত্ৰী তথা নানাভাই ভাটৰ প্ৰথম পত্নী
- মেহাৰভানো মহম্মদ আলী - অভিনেত্ৰী আৰু শ্বিৰিন মহম্মদ আলীৰ ভগ্নী ৪
দ্বিতীয় প্ৰজন্ম
- মহেশ ভট্ট - পৰিচালক আৰু প্ৰযোজক, নানাভাই ভাট আৰু শ্বিৰিন মহম্মদ আলীৰ পুত্ৰ, কিৰণ ভাট আৰু ছোনী ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ
- ছোনী ভাট- অভিনেত্ৰী, মহেশ ভাটৰ দ্বিতীয় পত্নী
- মুকেশ ভাট -প্ৰযোজক, নানাভাই ভাট আৰু শ্বিৰিন মহম্মদ আলীৰ পুত্ৰ, নীলিমা ভাটৰ সৈতে বিবাহপাশত আবদ্ধ
- ৰবিন ভাট- চিত্ৰনাট্যকাৰ, নানাভাই ভাট আৰু হেমলতা ভাটৰ পুত্ৰ
তৃতীয় প্ৰজন্ম
- सुनील दर्शन-फिल्म निर्माता, निर्देशक और लेखक, दर्शन सभरवाल और शीला भट्ट के बेटे, उन्होंने सोनिया दर्शन से शादी की है।
- धर्मेश दर्शन-निर्माता, निर्देशक और लेखक, दर्शन सभरवाल और शीला भट्ट के बेटे, उन्होंने बिंदिया दर्शन से शादी की है।
- इमरान हाशमी-अभिनेता, मेहरभानो मोहम्मद अली के पोते
- विशेष भट्ट-फिल्म निर्माता, मुकेश भट्ट और नीलिमा भट्ट के बेटे, कनिका परब से विवाहित ৫
- पूजा भट्ट-अभिनेत्री, निर्माता और निर्देशक, महेश भट्ट और किरण भट्ट की बेटी
- राहुल भट्ट-बॉलीवुड फिटनेस ट्रेनर, महेश भट्ट और किरण भट्ट के बेटे
- आलिया भट्ट-अभिनेत्री, निर्माता और उद्यमी, महेश भट्ट और सोनी राजदान की बेटी, रणबीर कपूर से शादी की
- रणबीर कपूर-अभिनेता, आलिया भट्ट के पति
- मोहित सूरी-निर्देशक, हीना भट्ट और दक्ष सूरी के बेटे, उदिता गोस्वामी से विवाहित
- उदिता गोस्वामी-अभिनेत्री, मोहित सूरी की पत्नी ৬
- स्माइली सूरी-अभिनेत्री, हीना भट्ट और दक्ष सूरी की बेटी
তথ্যসূত্ৰ
- ↑ (25 October 2023). Mahesh Bhatt's father didn't abandon either of his two wives, his claims about being illegitimate are 'dishonest': Nephew Dharmesh Darshan
- ↑ Gurovar. (2018). The Legends of Bollywood: Tales of Madness, Mischief & Mayhem. Jaico Publishing House. ISBN 978-9386867995
- ↑ Chandra, Anupama. (October 31, 1993). Mahesh, Mukesh and Robin Bhatt: Bollywood's one-family film factory. India Today
- ↑ Mahesh Bhatt. My aunt Poornima, the first star of our family & who happens to be Emraan Hashmi's grandmother has entered the sunset moments of her life.
- ↑ Vishesh Bhatt to turn director. Businessofcinema.com
- ↑ Remember Udita Goswami from Zeher? Actress gave up Hollywood dream, married into big Bollywood family, now performs at.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভট্ট পৰিয়াল” প্ৰবন্ধৰ সংশোধন ৫১৭৮৫৩ (১৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।