অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বৰপেটা ছোৱালী মহাবিদ্যালয়

বৰপেটা ছোৱালী মহাবিদ্যালয় অসমৰ বৰপেটা জিলাৰ বৰপেটা নগৰত অৱস্থিত। মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বৰপেটা ছোৱালী মহাবিদ্যালয় অসমৰ বৰপেটা জিলাৰ বৰপেটা নগৰত অৱস্থিত। মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।১২

বিভাগসমূহ

স্বীকৃতি

২০১৬ চনত মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা "বি" গ্ৰেড প্ৰদান কৰা হয়।৪মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ Affiliated Colleges. Guahati University
  2. ↑ Provincialised colleges affiliated to Guahati University. Directorate of Higher Education, Assam
  3. ↑ Departments. Barpeta Girls' College
  4. ↑ CCycle212147. National Assessment & Accreditation Council
  5. ↑ Colleges in Assam. University Grants Commission

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰপেটা ছোৱালী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫০৪০৩৭ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।