অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰনদী

বৰনদী অসমৰ পশ্চিম-উত্তৰ দিশত অৱস্থিত। ব্ৰিটিছসকলৰ শাসন কালত অসমৰ এই নদীখনে কামৰূপ জিলা আৰু দৰং জিলাক পৃথক কৰিছিল। ইয়াৰ নামটো বাৰা/বড়ো/বদা নদীৰপৰা উৎপত্তি হৈছে।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বৰনদী অসমৰ পশ্চিম-উত্তৰ দিশত অৱস্থিত। ব্ৰিটিছসকলৰ শাসন কালত অসমৰ এই নদীখনে কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলা আৰু দৰং জিলাক পৃথক কৰিছিল। ইয়াৰ নামটো বাৰা/বড়ো/বদা নদীৰপৰা উৎপত্তি হৈছে।১

তথ্যসূত্ৰ

  1. ↑ Maṇḍala, Satyendra Nātha. (2011). History and Culture of the Bodos. Satyendranath Mondal. ISBN 9788190358415

সম্পৰ্কিত শ্ৰেণী

অসমৰ নদীব্ৰহ্মপুত্ৰ নদীৰ উপনৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰনদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৭১৮ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।