বৃহৎ প্ৰবাল প্ৰাচীৰ (Great Barrier Reef) হৈছে ২,৯০০ গাইগুটিয়া প্ৰবাল প্ৰাচীৰ আৰু ৯০০ দ্বীপেৰে গঠিত বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰৰ শৃংখল।১২৩ এই শৃংখলটোৰ কালি প্ৰায় 344400 বৰ্গ কি.মি.।৪৫ এই সাগৰ অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ প্ৰবাল সাগৰ (Coral Sea)-ত অৱস্থিত।
বৃহৎ প্ৰবাল প্ৰাচীৰ মহাকাশৰ পৰাও দেখা পোৱা যায়। জীৱৰ দ্বাৰা নিৰ্মিত ইয়েই বিশ্বৰ সৰ্ববৃহৎ আকাৰ।৬ এই প্ৰবাল প্ৰাচীৰসমূহ লাখ লাখ প্ৰবাল পলিপ (coral polyps) নামৰ ক্ষুদ্ৰাকৃতিৰ জীৱই গঠন কৰিছে।৭ এই প্ৰাচীৰসমূহ জৈববৈচিত্ৰ্যৰ দিশৰ পৰা অতি চহকী। ১৯৮১ চনত এই প্ৰাচীৰসমুহক ৱৰ্ল্ড হেৰিটেজ ছাইটৰ মৰ্য্যদা প্ৰদান কৰা হয়।১২ বিশ্বৰ প্ৰাকৃতিক আশ্চৰ্য্যসমূহৰ ভিতৰত ইয়ো অন্যতম।৮৯
এই প্ৰবাল প্ৰাচীৰৰ এক বৃহৎ অংশ Great Barrier Reef Marine Park-ৰ অন্তৰ্ভুক্ত আৰু সংৰক্ষিত।
বৃহৎ প্ৰবাল প্ৰাচীৰসমুহে সন্মুখীন হোৱা ভাবুকি সমূহৰ ভিতৰত অত্যধিক মাছ ধৰা, পৰ্য্যটন, জলবায়ু পৰিবৰ্তন আদিয়ে প্ৰধান। ২০১২ চনত প্ৰকাশিত এক গৱেষণাৰ তথ্য অনুসৰি ১৯৮৫ চনৰ পৰা সেইসময়লৈ এই প্ৰাচীৰৰ কালি আধালৈ হ্ৰাস পাইছে।১০
তথ্যসূত্ৰ
- Hopley, David; Smithers, Scott G.; Parnell, Kevin E. (2007). The geomorphology of the Great Barrier Reef: development, diversity, and change. Cambridge University Press. ISBN 0-521-85302-8
লগতে চাওক
- Bell, Peter. (1998). AIMS: The First Twenty-five Years. Australian Institute of Marine Science. ISBN 978-0-642-32212-8
- Bowen, James; Bowen, Margarita. (2002). The Great Barrier Reef: history, science, heritage. Cambridge: Cambridge University Press. ISBN 0-521-82430-3
- Done, T.J. (1982). Patterns in the distribution of coral communities across the central Great Barrier Reef. Coral Reefs. পৃ. 95–107
- Research Publications. Great Barrier Reef Marine Park Authority
- Hutchings, Pat; Kingsford, Mike; Hoegh-Guldberg, Ove. (2008). ((The Great Barrier Reef: Biology, Environment and Management)). CSIRO Publishing. ISBN 978-0-643-09557-1
- Lucas, P.H.C. et al.. (1997). The outstanding universal value of the Great Barrier Reef World Heritage Area. Great Barrier Reef Marine Park Authority. ISBN 0-642-23028-5
- Mather, P.; Bennett, I. (1993). A Coral Reef Handbook: A Guide to the Geology, Flora and Fauna of the Great Barrier Reef. Surrey Beatty & Sons Pty Ltd. ISBN 0-949324-47-7
বাহ্যিক সংযোগ
- How the Great Barrier Reef Works. howstuffworks.com
- World heritage listing for Great Barrier Reef
- Great Barrier Reef Marine Park Authority
- CRC Reef Research Centre
- Dive into the Great Barrier Reef. National Geographic
- Battle for the Reef - Four Corners - ABC.au
- The Great Barrier Reef - Queensland, Australia
তথ্যসূত্ৰ
- ↑ UNEP World Conservation Monitoring Centre. (1980). Protected Areas and World Heritage – Great Barrier Reef World Heritage Area. Department of the Environment and Heritage
- ↑ The Great Barrier Reef World Heritage Values
- ↑ The Great Barrier Reef World Heritage Area, which is 348,000 km squared, has 2900 reefs. However, this does not include the reefs found in the Torres Strait, which has an estimated area of 37,000 km squared and with a possible 750 reefs and shoals. (Hopley, p. 1)
- ↑ Fodor's. Great Barrier Reef Travel Guide
- ↑ Department of the Environment and Heritage. Review of the Great Barrier Reef Marine Park Act 1975
- ↑ Sarah Belfield. (8 February 2002). Great Barrier Reef: no buried treasure. Geoscience Australia (Australian Government)
- ↑ Sharon Guynup. (4 September 2000). Australia's Great Barrier Reef. Science World
- ↑ CNN. (1997). The Seven Natural Wonders of the World
- ↑ National Trust Queensland. Queensland Icons
- ↑ Eilperin, Juliet. (1 October 2012). Great Barrier Reef has lost half its corals since 1985, new study says. The Washington Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহৎ প্ৰবাল প্ৰাচীৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৭৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।