অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জোখ-মাপৰ হিচাপ

২ টা = ১ যোৰ ৪ টা = ১ গণ্ডা / অঁৰা ২০ গণ্ডা / অঁৰা = ১ পোণ ৫ গণ্ডা = ১ কুৰি ৪ কুৰি = ১ পোণ ১৬ পোণ = ১ কাওণ ২ খিলা = ১ যোৰ / হলা ২০ খিলা = ১ মুঠা / গুচি ২০ মুঠা / গুচি = ১ টা / ১ গোট ৪ টা = ১ অঁৰা / গণ্ডা ১৬ আঁৰা = ১ পোণ ২০ আঁৰা = ১ শ ২০ শ = ১ হাজাৰ ১ মিনিট = ৬০ ছেকেণ্ড ১ ঘণ্টা = ৬০ মিনিট = ৩৬০…

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৪ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

গোটা বস্তুৰ গণনা

অসমীয়া পদ্ধতি

  • ২ টা = ১ যোৰ
  • ৪ টা = ১ গণ্ডা / অঁৰা
  • ২০ গণ্ডা / অঁৰা = ১ পোণ
  • ৫ গণ্ডা = ১ কুৰি
  • ৪ কুৰি = ১ পোণ
  • ১৬ পোণ = ১ কাওণ

পাণৰ হিচাপ

  • ২ খিলা = ১ যোৰ / হলা
  • ২০ খিলা = ১ মুঠা / গুচি
  • ২০ মুঠা / গুচি = ১ টা / ১ গোট

এড়ি মুগাৰ হিচাপ

  • ৪ টা = ১ অঁৰা / গণ্ডা
  • ১৬ আঁৰা = ১ পোণ
  • ২০ আঁৰা = ১ শ
  • ২০ শ = ১ হাজাৰ১

সময়ৰ জোখ

  • ১ মিনিট = ৬০ ছেকেণ্ড
  • ১ ঘণ্টা = ৬০ মিনিট = ৩৬০ ছেকেণ্ড
  • ১ দিন = ২৪ ঘণ্টা = ১,৪৪০ মিনিট = ৮৬,৪০০ ছেকেণ্ড
  • ১ সপ্তাহ = ৭ দিন = ১৬৮ ঘণ্টা = ১০,০৮০ মিনিট = ৬,০৪,৮০০ ছেকেণ্ড
  • ১ মাহ = ৩০ দিন = ৪ সপ্তাহ (প্ৰায়) = ৭২০ ঘণ্টা = ৪৩,২০০ মিনিট = ১,৮১,৪৪,০০০ ছেকেণ্ড
  • ১ মিলিছেকেণ্ড = ১ ছেকেণ্ডৰ ১০০ ভাগৰ এভাগ
  • ১ মাইক্ৰোছেকেণ্ড = ১ ছেকেণ্ডৰ ১০ লাখ ভাগৰ এভাগ
  • ১ নেনোছেকেণ্ড = ১ ছেকেণ্ডৰ ১০০ কোটি ভাগৰ এভাগ
  • ১ পিকোছেকেণ্ড - ১ ছেকেণ্ডৰ ১ লাখ কোটি ভাগৰ এভাগ।২

তথ্যসূত্ৰ

  1. ↑ অসম প্ৰকাশন ভাৰতী; শিশু শিক্ষা সমিতি, অসম. (অক্টোবৰ, ২০১৬). কেইটামান সাধাৰণ জোখৰ ধাৰণা
  2. ↑ (২৩ ছেপ্তেম্বৰ, ২০০৭). সময়. এদিনৰ দেওবাৰ. পৃ. ৭ম পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

জোখ-মাখ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোখ-মাপৰ হিচাপ” প্ৰবন্ধৰ সংশোধন ৪৫৪৬৭৬ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।