অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাৰেমতৰা

অসমীয়া ভাষাত ব্যঞ্জনবৰ্ণ আৰু স্বৰবৰ্ণৰ মাত্ৰা যোগ হৈ সৃষ্টি হোৱা আখৰৰ ক্ৰমক বাৰেমতৰা বোলা হয়। হিন্দী ভাষাত ইয়াক বাৰহখড়ী (बारहखड़ी) নামেৰে জনা যায়। তলত অসমীয়া বৰ্ণসমূহৰ বাৰেমতৰা তালিকা দিয়া হৈছে।

হালনাগাদ: ১৬ অক্টোবৰ ২০১৯ ৩০ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

অসমীয়া ভাষাত ব্যঞ্জনবৰ্ণ আৰু স্বৰবৰ্ণৰ মাত্ৰা যোগ হৈ সৃষ্টি হোৱা আখৰৰ ক্ৰমক বাৰেমতৰা বোলা হয়। হিন্দী ভাষাত ইয়াক বাৰহখড়ী (बारहखड़ी) নামেৰে জনা যায়। তলত অসমীয়া বৰ্ণসমূহৰ বাৰেমতৰা তালিকা দিয়া হৈছে।

অআইঈউঊঋএঐওঔ
-ািীুূৃেৈোৌ
ককাকিকীকুকূকৃকেকৈকোকৌ
খখাখিখীখুখূখৃখেখৈখোখৌ
গগাগিগীগুগূগৃগেগৈগোগৌ
ঘঘাঘিঘীঘুঘূঘৃঘেঘৈঘোঘৌ
ঙঙাঙিঙীঙুঙূঙৃঙেঙৈঙোঙৌ
চচাচিচীচুচূচৃচেচৈচোচৌ
ছছাছিছীছুছূছৃছেছৈছোছৌ
জজাজিজীজুজূজৃজেজৈজোজৌ
ঝঝাঝিঝীঝুঝূঝৃঝেঝৈঝোঝৌ
ঞঞাঞিঞীঞুঞূঞৃঞেঞৈঞোঞৌ
টটাটিটীটুটূটৃটেটৈটোটৌ
ঠঠাঠিঠীঠুঠূঠৃঠেঠৈঠোঠৌ
ডডাডিডীডুডূডৃডেডৈডোডৌ
ঢঢাঢিঢীঢুঢূঢৃঢেঢৈঢোঢৌ
ণণাণিণীণুণূণৃণেণৈণোণৌ
ততাতিতীতুতূতৃতেতৈতোতৌ
থথাথিথীথুথূথৃথেথৈথোথৌ
দদাদিদীদুদূদৃদেদৈদোদৌ
ধধাধিধীধুধূধৃধেধৈধোধৌ
ননানিনীনুনূনৃনেনৈনোনৌ
পপাপিপীপুপূপৃপেপৈপোপৌ
ফফাফিফীফুফূফৃফেফৈফোফৌ
ববাবিবীবুবূবৃবেবৈবোবৌ
ভভাভিভীভুভূভৃভেভৈভোভৌ
মমামিমীমুমূমৃমেমৈমোমৌ
যযাযিযীযুযূযৃযেযৈযোযৌ
ৰৰাৰিৰীৰুৰূৰৃৰেৰৈৰোৰৌ
ললালিলীলুলূলৃলেলৈলোলৌ
ৱৱাৱিৱীৱুৱূৱৃৱেৱৈৱোৱৌ
শশাশিশীশুশূশৃশেশৈশোশৌ
ষষাষিষীষুষূষৃষেষৈষোষৌ
সসাসিসীসুসূসৃসেসৈসোসৌ
হহাহিহীহুহূহৃহেহৈহোহৌ
ক্ষক্ষাক্ষিক্ষীক্ষুক্ষূক্ষৃক্ষেক্ষৈক্ষোক্ষৌ
ড়ড়াড়িড়ীড়ুড়ূড়ৃড়েড়ৈড়োড়ৌ
ঢ়ঢ়াঢ়িঢ়ীঢ়ুঢ়ূঢ়ৃঢ়েঢ়ৈঢ়োঢ়ৌ
য়য়ায়িয়ীয়ুয়ূয়ৃয়েয়ৈয়োয়ৌ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰেমতৰা” প্ৰবন্ধৰ সংশোধন ২০৭১৩১ (১৬ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।