বতৰ হৈছে কোনো স্থানৰ কোনো সময়ৰ বায়ুমণ্ডলীয় অৱস্থা। সাধাৰণত এদিনৰ এনে তথ্যকেই বতৰ বোলে, আৰু কেতিয়াবা কোনো নিৰ্দিষ্ট এলেকাৰ কম সময়ৰ বায়ুমণ্ডলীয় অৱস্থাকে বতৰ বোলা হয়। আনহাতে কোনো স্থানৰ দীৰ্ঘ সময়ৰ বতৰৰ উৎপত্তি ভিত্তিত সেই স্থানৰ জলবায়ু নিৰ্ণয় কৰা হয়। বতৰ সদায় পৰিবৰ্তনশীল এক চলক। বতৰ আৰু জলবায়ুৰ বিষয়ে বিজ্ঞানৰ যি শাখাত আলোচনা কৰে তাকে বতৰ বিজ্ঞান বেলা হয়।
বতৰৰ উপাদান
বতৰৰ উপাদান বুলিলে সেইসমূহ উপাদানকে বুজায়, যিবোৰৰ পৰিবৰ্তনৰ ভিত্তিতে কোনো স্থানৰ বায়ুমণ্ডলীয় অৱস্থাৰ পৰিবৰ্তন সূচিত হয়। বতৰৰ এনে উপাদানবোৰো হৈছে:
বহিঃসংযোগ
- Climate and Weather from UCB Libraries GovPubs
- The Economics of Extreme Weather Events on Society NOAA Economics
- Meteocentrale weather worldwide, weather and extreme weather for Switzerland
- RainRadar - Worldwide radar directory
- City weather and world time
- Weather Forecasts England and Worldwide
- Weather Forecasts Worldwide
- National Weather Service
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বতৰ” প্ৰবন্ধৰ সংশোধন ৫৭২৭৪২ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।