অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা

ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত। __TOC__

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত১।

__TOC__

প্ৰতীকবিৱৰণ
২০১০ চনৰ প্ৰাপ্ত তালিকাৰ পৰা অৱস্থান বা সম্পদৰ পৰিবৰ্তন হোৱা নাই।
২০১০ চনৰ তুলনাত অৱস্থান বা সম্পদ বাঢিছে।
২০১০ চনৰ তুলনাত সম্পদ বা অৱস্থান হ্ৰাস পাইছে।

২০১২ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন

ক্ৰমিক নংনামমুঠ আয় (আমেৰিকান ডলাৰ)বয়সনাগৰিকত্বসম্পদৰ উৎস
কাৰ্লছ শ্লীম$৬৯.০ বিলিয়ন৭২Telmex, América Móvil, Grupo Carso
বিল গেট্‌ছ$৬১.০ বিলিয়ন৫৬Microsoft
ৱাৰেন বাফলেট$৪৪.০ বিলিয়ন৮১Berkshire Hathaway
বাৰ্নাৰ্ড আৰ্নাউল্ট$৪১.০ বিলিয়ন৬৩LVMH Moët Hennessy • Louis Vuitton
অৰ্টেগা আমাণিক’$৩৭.৫ বিলিয়ন৭৫Inditex Group
$৩৬.০ বিলিয়ন৬৭Oracle Corporation
$৩০.০ বিলিয়ন৫৫EBX Group
ষ্টিফেন পাৰচ্চন$২৬.০ বিলিয়ন৬৪H&M
$২৫.৫ বিলিয়ন৮৩Cheung Kong Holdings
$২৫.৪ বিলিয়ন৯২Aldi

২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন

তলৰ তালিকাখন ১০ মাৰ্চ, ২০১১ তাৰিখ পৰ্যন্ত সম্পদ আৰু অৱস্থানৰ ভিত্তিত নিৰুপন কৰা হৈছে। এই বছৰ এই তালিকাত মুঠ ১,২১০ জনৰ নাম লিপিবদ্ধ কৰা হৈছে।২

ক্ৰমিক নংনামসম্পদৰ পৰিমাণবয়সজন্মনাগৰিকত্ববাসস্থানসম্পদৰ উৎস
কাৰ্লছ শ্লীম$৭৪.০ বিলিয়ন৭২টেলমেক্স, আমেৰিকা মবিল, গ্ৰুপো কাৰ্চো
বিল গেটচ$৫৬.০ বিলিয়ন৫৬মাইক্ৰ’ছফ্ট
ৱাৰেন বাফেট$৫০.০ বিলিয়ন৮১বাৰ্কচায়াৰ হাথাৱে
বাৰ্নাৰ্ড আৰ্নল্ট$৪১.০ বিলিয়ন৬২এলভিএমএইচ
লৰেন্স এলিচন$৩৯.৫ বিলিয়ন৬৬অৰেকল কৰ্প’ৰেশ্যন
লক্ষ্মী মিত্তাল$৩১.১ বিলিয়ন৬০আৰচেলোৰ মিত্তাল
আমাকিঅ’ ৱেৰ্তেগা$৩১.০ বিলিয়ন৭৪ইণ্ডিটেক্স গ্ৰুপ
এইকে বাতিষ্টা$৩০.০ বিলিয়ন৫৩ইবিএক্স গ্ৰুপ
মুকেশ আম্বানি$২৯.০ বিলিয়ন৫৩ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ
ক্ৰিষ্টি ওয়াল্টন$২২.৫ বিলিয়ন৫৫ৱালমাৰ্ট

২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম বিলয়নাৰসকল

১২ ফেব্ৰুৱাৰী, ২০১০ তাৰিখে প্ৰকাশিত তালিকাত কাৰ্লছ শ্লীম আৰু তেখেতৰ পৰিয়ালে ৬০.৬ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে শীৰ্ষস্থান দখল কৰে। এই বছৰ এই তালিকাত মুঠ ১,০১১ জনৰ নাম লিপিবদ্ধ কৰা হৈছিল।৩ বৰ্তমান শীৰ্ষ ১০ বিলিয়নাৰৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থাকিলেও, শীঘ্ৰেই ভাৰতে এই অৱস্থানকো অতিক্ৰম কৰি যাব পাৰে বুলি ফৰ্বছ আলোচনীয়ে মত পোষণ কৰে৪।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ http://www.forbes.com/wealth/billionaires#p_1_s_arank_-1__-1. Forbes
  2. ↑ Quinn, James. (2010-03-11). Forbes rich list: the billionaires you've never heard of – Telegraph Blogs. Blogs.telegraph.co.uk
  3. ↑ blogs.telegraph.co.uk/finance/jamesrquinn/100004
  4. ↑ www.forbes.com/2007/12/08/wealth-2008-prediction

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতিতালিকাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৮১৯৩১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।