ফুলৱা খামকাৰ ( Phulwa Khamkar; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৭৪)১২ এগৰাকী ভাৰতীয় কৰিঅ’গ্ৰাফাৰ আৰু নৃত্যশিল্পী, যিয়ে বলীউড আৰু মাৰাঠী ছবিত কাম কৰে।৩ তেওঁ ১৯৯৭ চনৰ ভাৰতৰ প্ৰথম ডান্স ৰিয়েলিটি শ্ব' বুগী ৱুগী, ছিজন ১ৰ বিজয়ী আৰু ২০১৩ চনৰ ডান্স ইণ্ডিয়া ডান্স ছুপাৰ মমছৰ ৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম আছিল।৪৫ তেওঁ হেপী নিউ ইয়েৰ (২০১৪), জুলী ২ (২০১৬), নটৰংগ (২০১০), কুনি মুলগি দেতা কা মুলগি (২০১২) আৰু মিতৱা (২০১৫) আদি হিন্দী আৰু মাৰাঠী ছবিৰ কৰিঅ’গ্ৰাফ কৰিছিল। জী মাৰাঠীৰ ডান্স ৰিয়েলিটি শ্ব’ একা পেক্ষা এক (ছিজন ১)তো জয়ী হোৱাৰ লগতে একেটা ছিজনৰ দ্বিতীয় আৰু তৃতীয় ছিজনৰ বিচাৰক আছিল। নটৰঙৰ অপ্সৰা আলি শীৰ্ষক গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফীৰ২০১০ চনৰ জী গৌৰৱ বঁটা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ (30 December 2014). Sonalee's classical classmate avatar. Times of India
- ↑ (13 April 2014). Radhika's last minute thumri for Gajjendra. Times of India
- ↑ Palit Singh, Debarati. (27 June 2013). ‘It's not a cakewalk for me’. Sakaal Times
- ↑ Bhopatkar, Tejashree. (24 May 2013). Phulwa Khamkar to participate in DID Super moms. Times of India
- ↑ (11 September 2013). 'I am THRILLED that I won DID Super Moms'. Rediff
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলৱা কৰ্মকাৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৫৪০ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।