অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰ্দীছ পৌৰাবেদীনি

পৰ্দীছ পৌৰাবেদীনি (ফাৰ্চী: پردیس پورعابدینی; জন্ম ১০ এপ্ৰিল ২০০০) এগৰাকী ইৰানী অভিনেত্ৰী। আঘাজাদেহ (ব্লু ব্লাড; ২০২০–২০২১) ধাৰাবাহিকত ৰাজিয়ে মোগাদ্দাম আৰু ফেৰেশতেহছ চিন (২০২৩–২০২৪) ধাৰাবাহিকত ফেৰেশতেহ খাদেম চৰিত্ৰত কৰা মুখ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।

হালনাগাদ: ২২ জুন ২০২৬ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

পৰ্দীছ পৌৰাবেদীনি (ফাৰ্চী ভাষা: پردیس پورعابدینی; জন্ম ১০ এপ্ৰিল ২০০০) এগৰাকী ইৰানী অভিনেত্ৰী। আঘাজাদেহ (ব্লু ব্লাড; ২০২০–২০২১) ধাৰাবাহিকত ৰাজিয়ে মোগাদ্দাম আৰু ফেৰেশতেহছ চিন (২০২৩–২০২৪) ধাৰাবাহিকত ফেৰেশতেহ খাদেম চৰিত্ৰত কৰা মুখ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। এই অভিনয়ৰ বাবে তেওঁ দুবাৰকৈ হাফেজ বঁটাৰ বাবে মনোনীত হৈছিল। ২০২৩ চনৰ যুদ্ধভিত্তিক চলচ্চিত্ৰ ঘৰিব (আননোন)ত আগবঢ়োৱা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ৪১সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

পৰ্দীছ পৌৰাবেদীনিৰ জন্ম ২০০০ চনৰ ১০ এপ্ৰিলত ইৰানৰ তেহৰাণত হৈছিল। তেওঁৰ দুগৰাকী ভগ্নী আছে আৰু তেওঁ পৰিয়ালটোৰ দ্বিতীয় সন্তান। তেওঁৰ ডাঙৰ ভগ্নী এগৰাকী চিকিৎসক। তেওঁৰ মাতৃ এগৰাকী হেয়াৰড্ৰেছাৰ আৰু পিতৃ বাবাক পৌৰাবেদীনি চ’ফাৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO)।১২

ব্যক্তিগত জীৱন

তেওঁ এক অজ্ঞাত তাৰিখত অভিনেতা আমিৰ হোছেইন মৌচাভিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পিছত ২০২৪ চনৰ ২৫ জুলাইত ৬ ইন দ্য মৰ্নিং চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰত তেওঁলোকক প্ৰথমবাৰৰ বাবে একেলগে দেখা গৈছিল।৩৪

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰপৰিচালকটোকাতথ্যসূত্ৰ
২০২২কিলিং এ ট্ৰেইটৰটুডেজ ৱেষ্টৰ সাংবাদিকমাছৌদ কিমিয়াইকেমিঅ’ (অতিথি শিল্পী)৫
মাদাৰলেছমাহৰুজমৰ্তেজা ফাতেমি৬
২০২৩ঘৰিব (আননোন)কাজলমহম্মদ হোছেইন লাতিফি৭
ইন দ্য ফৰ্ম অৱ লাভচিয়াভাশ আছ'আদি৮
ঘোষণা হ’বলগীয়াগ্ৰেপ চিড্ছইব্ৰাহিম ইব্ৰাহিমিয়ানচিত্ৰগ্ৰহণ চলি আছে৯

ৱেব / ওটিটি

বৰ্ষশিৰোনামচৰিত্ৰপৰিচালকপ্লেটফৰ্মটোকাতথ্যসূত্ৰ
২০২০–২০২১আঘাজাদেহ (ব্লু ব্লাড)ৰাজিয়ে মোগাদ্দাম / মানেলিবেহৰাং তোফিঘীফিলিমো, নামাভামুখ্য চৰিত্ৰ; ২৯টা খণ্ড১০
দ্য স্মেল অৱ ব্লাডনিজেৱাহিদ ছায়েদীফিলিমো, নামাভাতথ্যচিত্ৰ; ১১টা খণ্ড১১
২০২১দ্য ৰেষ্টলেছ হাৰ্টকথক (ন্যেৰেটৰ)আমিৰ হোছেইন আৰ্চিনফিলিমোবিশেষ অনুষ্ঠান; ১০টা খণ্ড১২
২০২৩–২০২৪ফেৰেশতেহছ চিনফেৰেশতেহ খাদেমহামিদ আন্ঘাফিলিমোমুখ্য চৰিত্ৰ; ১৮টা খণ্ড১৩
ঘোষণা হ’বলগীয়াৱাইট মেজিকআইদা পানাহান্দেহফিলিমোমুখ্য চৰিত্ৰ১৪

দূৰদৰ্শন

বৰ্ষশিৰোনামচৰিত্ৰপৰিচালকচেনেলটোকাতথ্যসূত্ৰ
২০২২চেভেননিজেমুজতবা আমিনীআইআৰআইবি টিভি৩ (IRIB TV3)খণ্ড° "৬.১৭"১৫

থিয়েটাৰ

বৰ্ষশিৰোনামচৰিত্ৰনাট্যকাৰপৰিচালকমঞ্চতথ্যসূত্ৰ
২০১৯ইট মাইট হেপেন টু ইউ টুছাঈদ নাঈমিপুৰমৰিয়ম বৰজেগাৰনোফেল লোশাতো থিয়েটাৰ
ফ্ৰাইডে নুন ষ্ট’ৰীআজাদেহমহম্মদ মোছাভাটনাচিম অদবীছেপান্দ থিয়েটাৰ, নোফেল লোশাতো থিয়েটাৰ১৬

বঁটা আৰু মনোনয়ন

২০২৩ চনৰ ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৪১সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'ঘৰিব' (আননোন) চলচ্চিত্ৰত আগবঢ়োৱা অভিনয়ৰ বাবে লাভ কৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টেল চিমৰ্ঘ বঁটাটো হাতত লৈ পৌৰাবেদীনি।
২০২৩ চনৰ ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৪১সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'ঘৰিব' (আননোন) চলচ্চিত্ৰত আগবঢ়োৱা অভিনয়ৰ বাবে লাভ কৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টেল চিমৰ্ঘ বঁটাটো হাতত লৈ পৌৰাবেদীনি।ছবি: امین آهویی · CC BY 4.0
+বঁটা প্ৰদান অনুষ্ঠানৰ নাম, প্ৰদান কৰা বৰ্ষ, বিভাগ, মনোনীত কৰ্ম আৰু মনোনয়নৰ ফলাফল
বঁটাবৰ্ষবিভাগমনোনীত কৰ্মফলাফলতথ্যসূত্ৰ
ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ২০২৩শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীঘৰিব (আননোন)১৭
হাফেজ বঁটা২০২১শ্ৰেষ্ঠ অভিনেত্ৰী – নাট্যধৰ্মী দূৰদৰ্শন ধাৰাবাহিকআঘাজাদেহ (ব্লু ব্লাড)১৮
২০২৪ফেৰেশতেহছ চিন১৯
ৰেজিষ্টেন্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ২০২৩শ্ৰেষ্ঠ অভিনেত্ৰীঘৰিব (আননোন)২০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ بیوگرافی پردیس پورعابدینی بازیگر و همسرش + زندگینامه. نم نمک
  2. ↑ (2020-07-28). بیوگرافی پردیس پورعابدینی بازیگر نقش راضیه (مانلی) در سریال آقازاده + اینستاگرام. پندار مووی
  3. ↑ (2024-07-26). عکس · رونمایی پردیس پورعابدینی از همسرش در یک مراسم!. www.khabaronline.ir
  4. ↑ عکسی از همسر پردیس پور عابدینی که پربازدید شد. نمناک
  5. ↑ Behnegarsoft.com. (2021-01-18). اختصاصی "سینماایدهآل"/ پردیس پورعابدینی بازیگر جدید "خائن کشی" مسعود کیمیایی · سینماایدهآل. سینماایدهآل · پایگاه خبری تحلیلی سینماایدهآل
  6. ↑ (2021-09-15). پردیس پورعابدینی بازیگر "بیمادر" شد. خبرآنلاین
  7. ↑ فیلیمو‌شات. (2023-01-27). اطلاعات کامل فیلم غریب. فیلیموشات
  8. ↑ (2021-03-21). سه بازیگر زن فیلم "غریزه" معرفی شدند. خبرآنلاین
  9. ↑ (2025-12-07). پانته‌آ پناهی‌ها و پردیس پورعابدینی به «دانه‌های انگور» پیوستند. خبرگزاری مهر · اخبار ایران و جهان · Mehr News Agency
  10. ↑ سریال آقازاده ،خلاصه داستان، بازیگران و تعداد قسمت ها. دوات آنلاین - پایگاه خبری و تحلیلی · DavatOnline News Agency
  11. ↑ بوی خون. فیلیمو
  12. ↑ دل بی تاب
  13. ↑ (2023-12-02). سریال گناه فرشته شهاب حسینی سریال گناه فرشته شهاب حسینی؛ زمان پخش، داستان و بازیگران. صاحب‌خبر
  14. ↑ بازیگران سریال جادوی سفید آیدا پناهنده + زمان پخش. نمناک
  15. ↑ Behnegarsoft.com. (2022-02-05). ناگفته‌های میترا حجار و پردیس پورعابدینی درباره "بی مادر" · مردم فردا. مردم فردا · اخبار اجتماعی ، تحلیلی و سیاسی
  16. ↑ (2019-06-20). نمايش "قصه ظهر جمعه" با حضور مسعود کیمیایی، گلاب آدينه، لعيا زنگنه و بابک صحرایی. تریبون هنر
  17. ↑ (2023-02-10). اعلام اسامی داوران و نامزدهای جشنواره فیلم فجر. ایسنا
  18. ↑ نامزدهای بخش تلویزیون بیست و یکمین جشن حافظ چه کسانی هستند؟. خبرگزاری برنا
  19. ↑ بازیگران و سریال‌های نامزد دریافت تندیس حافظ را بشناسید - خبرگزاری مهر · اخبار ایران و جهان · Mehr News Agency. www.mehrnews.com
  20. ↑ (2023-03-07). اعلام نامزدهای جشنواره فیلم مقاومت. ایسنا

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্দীছ পৌৰাবেদীনি” প্ৰবন্ধৰ সংশোধন ৬১৩৬১২ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।