অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ফাৰ্মিয়ন

ফাৰ্মিয়ন (Fermion) হৈছে অৰ্ধপূৰ্ণ ঘূৰ্ণন বিশিষ্ট একধৰণৰ কণিকা। এই কণিকাই ফাৰ্মি-ডিৰাক পৰিসংখ্যা আৰু পাউলিৰ নিষেধ নীতি মানি চলে। ইটালীৰ প্ৰখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী এনৰিকো ফাৰ্মিৰ নামানুসাৰে এই কণিকাৰ নাম ফাৰ্মিয়ন ৰখা হৈছে।

হালনাগাদ: ৫ জুন ২০২০ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ফাৰ্মিয়ন (Fermion) হৈছে অৰ্ধপূৰ্ণ ঘূৰ্ণন বিশিষ্ট একধৰণৰ কণিকা। এই কণিকাই ফাৰ্মি-ডিৰাক পৰিসংখ্যা আৰু পাউলিৰ নিষেধ নীতি মানি চলে। ইটালীৰ প্ৰখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী এনৰিকো ফাৰ্মিৰ নামানুসাৰে এই কণিকাৰ নাম ফাৰ্মিয়ন ৰখা হৈছে। একেটা শক্তিস্তৰত দুটাতকৈ অধিক ফাৰ্মিয়ন একেলগ থাকিব নোৱাৰে; আনহাতে ব'ছন কণিকা, যিবিলাকে বসু-আইনষ্টাইন পৰিসংখ্যা মানি চলে; একেটা শক্তিস্তৰত দুটাতকৈ অধিক একেলগ থাকিব পাৰে।

সম্পৰ্কিত শ্ৰেণী

পৰিসাংখ্যিক বল বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰ্মিয়ন” প্ৰবন্ধৰ সংশোধন ২৩৬০৭৫ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।