পৰিসাংখ্যিক বল বিজ্ঞান
৪ প্ৰবন্ধ
-
পৰিসাংখ্যিক বল বিজ্ঞান
পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, পৰিসাংখ্যিক বল বিজ্ঞান বা পৰিসাংখ্যিক তাপগতিবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। এই বিভাগত বৃহৎসংখ্যক কণিকাৰে গঠিত কোনো প্ৰণালীৰ তাপগতিবৈজ্ঞানিক ব্যৱহাৰ সম্পৰ্কে সম্ভাবিতা তত্ত্বৰে অধ্যয়ন কৰা হয়।
-
ফাৰ্মিয়ন
ফাৰ্মিয়ন (Fermion) হৈছে অৰ্ধপূৰ্ণ ঘূৰ্ণন বিশিষ্ট একধৰণৰ কণিকা। এই কণিকাই ফাৰ্মি-ডিৰাক পৰিসংখ্যা আৰু পাউলিৰ নিষেধ নীতি মানি চলে। ইটালীৰ প্ৰখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী এনৰিকো ফাৰ্মিৰ নামানুসাৰে এই কণিকাৰ নাম ফাৰ্মিয়ন ৰখা হৈছে।
-
বসু-আইনষ্টাইন পৰিসংখ্যা
পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান বা পৰিসাংখ্যিক বল বিজ্ঞানত বসু-আইনষ্টাইন পৰিসংখ্যা বা "B–E পৰিসংখ্যা"ই তাপীয় সাম্য অৱস্থাত একে আৰু পৰষ্পৰৰ পৰা পৃথক বুলি দেখুৱাব নোৱৰা ব'ছন কণাৰ বিভিন্ন শক্তি স্তৰত পৰিসাংখ্যিক বিতৰণ নিৰ্ণয় কৰে।
-
ব'ছন
ব'ছন (Boson) হৈছে পূৰ্ণসংখ্যক স্পিনবিশিষ্ট একধৰণৰ উপ-পাৰমানৱিক কণিকা (Subatomic particle)। এই কণিকাই ব'ছ-আইনষ্টাইন পৰিসংখ্যা(Bose–Einstein statistics)মানি চলে।