অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰেমলীলা বিথালদাস থাকাৰচি

লেডী থাকাৰচি নামেৰে পৰিচিত প্ৰেমলীলা বিথালদাছ (১৮৯৪–১৯৭৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু গান্ধীবাদী আছিল নাৰী। শিক্ষাবিদ আৰু দানবীৰ ছাৰ বিথালডাস থাকাৰচিৰ পত্নী আছিল প্ৰেমলীলা বিথালদাস থাকাৰচি। ১৯২৫ চনত যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তেওঁৰ বয়স আছিল ৩১ বছৰ।

হালনাগাদ: ৩ মে’ ২০২৬ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

লেডী থাকাৰচি নামেৰে পৰিচিত প্ৰেমলীলা বিথালদাছ (১৮৯৪–১৯৭৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু গান্ধীবাদী আছিল নাৰী।১২

শিক্ষাবিদ আৰু দানবীৰ ছাৰ বিথালডাস থাকাৰচিৰ পত্নী আছিল প্ৰেমলীলা বিথালদাস থাকাৰচি। ১৯২৫ চনত যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তেওঁৰ বয়স আছিল ৩১ বছৰ।

অতি কম বয়সতে স্বামীহাৰা হোৱা স্বত্বেও প্ৰেমলীলাই তেওঁৰ বিভিন্ন সমাজহিতৈষী কামসমূহ অব্যাহত ৰাখিছিল, শিক্ষা আৰু সমাজসেৱা এই দুয়োখন ক্ষেত্ৰতে তেওঁ নাৰী শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে নিজকে উৎসৰ্গা কৰিছিল।

কস্তুৰবা গান্ধী নেচনেল মেম’ৰিয়েল ট্ৰাষ্টৰ অধ্যক্ষ হৈয়েই থাকে (১৯৫৬-১৯৭২), আৰু মুম্বাইৰ এছ এন ডি টি মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যও হয়।৩

শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ১৯৭৫ চনত ভাৰত চৰকাৰৰ দ্বাৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল। ৪

তথ্যসূত্ৰ

  1. ↑ Gouri Srivastava. (2006). Women Role Models: Some Eminent Women of Contemporary India. Concept Publishing Company. পৃ. 22–. ISBN 978-81-8069-336-6
  2. ↑ Nagendra Kr Singh. (2001). Encyclopaedia of women biography: India, Pakistan, Bangladesh. A.P.H. Pub. Corp. পৃ. 385. ISBN 978-81-7648-264-6
  3. ↑ S. K. Gupta. (1994). Career Education in India: The Institutes of Higher Learning. Mittal Publications. পৃ. 63. ISBN 978-81-7099-540-1
  4. ↑ (2007-05-30). Padma Awards Directory (1954–2007). Ministry of Home Affairs

সম্পৰ্কিত শ্ৰেণী

নাৰী শিক্ষাগান্ধীবাদীপদ্মবিভূষণ বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেমলীলা বিথালদাস থাকাৰচি” প্ৰবন্ধৰ সংশোধন ৬০৪২৬৬ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।