অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ইংৰাজী: Defence Research and Development Organisation চমুকৈ DRDO, হিন্দী: रक्षा अनुसंधान एवं विकास संघठन) হ'ল ভাৰতৰ ৰক্ষা সম্বন্ধীয় গৱেষণাৰ কাৰ্যকলাপৰ লগত জড়িত এটি সংস্থা। নতুন দিল্লীত এই সংস্থাৰ কাৰ্যালয় অৱস্থিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ইংৰাজী: Defence Research and Development Organisation চমুকৈ DRDO, হিন্দী: रक्षा अनुसंधान एवं विकास संघठन) হ'ল ভাৰতৰ ৰক্ষা সম্বন্ধীয় গৱেষণাৰ কাৰ্যকলাপৰ লগত জড়িত এটি সংস্থা। নতুন দিল্লীত এই সংস্থাৰ কাৰ্যালয় অৱস্থিত। ১৯৫৮ চনত প্ৰযুক্তি উন্নয়ন প্ৰতিষ্ঠান (Technical Development Establishment), প্ৰযুক্তি উন্নয়ন তথা উৎপাদন সঞ্চালকালয় (Directorate of Technical Development and Production) আৰু প্ৰতিৰক্ষা বিজ্ঞান সংগঠন (Defence Science Organisation)ৰ সংযুক্তিৰ মাধ্যমত এই সংস্থা প্ৰতিষ্ঠিত হয়।

বহিঃসংযোগ

ভিডিঅ'

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৭৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।