প্লেংকৰ ধ্ৰুবক (Planck constant) হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক ⟨\,h⟩ দ্বাৰা সূচিত কৰা হয়।
প্লেংকৰ ধ্ৰুবকৰ মান হ'ল ৬.৬২৬১৯৬ জুল-ছেকেণ্ড, জাৰ্মান পদাৰ্থবিজ্ঞানী মেক্স প্লেংকৰ নাম অনুসৰি এই ধ্ৰুবকৰ নামকৰণ কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্লেংকৰ ধ্ৰুৱক” প্ৰবন্ধৰ সংশোধন ১৯৯২৫৮ (৬ জুলাই ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।