ধ্ৰুৱক
৫ প্ৰবন্ধ
-
পাই
পাই (সৰুফলা, বৰফলা ) হ’ল বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত, যি এক ধ্ৰূৱক: গণিতবিদৰ মতে পাই হ’ল বিশ্বৰ সবাতোকৈ সুন্দৰ সংখ্যা। গণিতৰ ইতিহাসৰ বিখ্যাত সংখ্যা π(পাই)ৰ বুৰঞ্জীও অতি বৈচিত্ৰ্যপূৰ্ণ আৰু দীঘলীয়া। পাই এটি গুৰুত্বপূৰ্ণ গাণিতিক তথা বৈজ্ঞানিক ধ্ৰুৱক।
-
পোহৰৰ বেগ
ভেকুৱাম(বা শূন্যস্থান)ত পোহৰৰ বেগ, যাক সাধাৰণতে c ৰে বুজোৱা হয়, পদাৰ্থ বিজ্ঞানত বহুল ভাবে ব্যৱহৃত এক ভৌতিক ধ্ৰুৱক। ইয়াৰ মান সঠিকভাবে ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা, আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক সংজ্ঞাবদ্ধ কৰা হয়।
-
প্লেংকৰ ধ্ৰুৱক
প্লেংকৰ ধ্ৰুবক (Planck constant) হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক ⟨\,h⟩ দ্বাৰা সূচিত কৰা হয়।
-
টাউ (সংখ্যা)
টাউ (τ) এটি অপৰিমেয় সংখ্যা। টাউৰ মূল্য কোনো কোনোৱে π/২ বুলি গণ্য কৰে আৰু কোনো কোনোৱে ২π বুলি।
-
গেছ ধ্ৰুৱক
গেছ ধ্ৰুৱক (মলাৰ, বিশ্বজনীন, বা আদৰ্শ গেছ ধ্ৰুৱক বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য।