অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পেৰানৰ্মেল

পাৰানৰ্মেল পৰিঘটনা জন সংস্কৃতি, লোককথা, আৰু আন আন অবিজ্ঞানসন্মত বিষয়ৰ যাৰ এই বিষয়বস্তুৰ ভিতৰত থকা অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হয়। পাৰানৰ্মলৰ বিষয়ে প্ৰস্তাৱ সমূহ বৈজ্ঞানিক প্ৰমাণৰ পৰা বিভিন্ন। কাৰণ বৈজ্ঞানিক পৰিবেক্ষণ পৰীক্ষামুলক অভিজ্ঞতাপূৰ্ণ তথ্য।

হালনাগাদ: ১ জুন ২০২০ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

পাৰানৰ্মেল পৰিঘটনা জন সংস্কৃতি, লোককথা, আৰু আন আন অবিজ্ঞানসন্মত বিষয়ৰ যাৰ এই বিষয়বস্তুৰ ভিতৰত থকা অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হয়।

পাৰানৰ্মলৰ বিষয়ে প্ৰস্তাৱ সমূহ বৈজ্ঞানিক প্ৰমাণৰ পৰা বিভিন্ন। কাৰণ বৈজ্ঞানিক পৰিবেক্ষণ পৰীক্ষামুলক অভিজ্ঞতাপূৰ্ণ তথ্য। ইয়াৰ মাজত, যিসকলে পাৰ্নৰ্মিলৰ অস্তিত্বৰ বাবে তৰ্ক কৰে তেওঁলোকে সাক্ষ্য, আৰু suspicion ৰ ভিত্তিতহে। উল্লেখযোগ্য পাৰাণৰমল বিশ্বাসত থাকে, টেলিপেথি, আধ্যাত্মকতা আৰু ভূতৰ চিকাৰ, ক্ৰিপ্টোজলজি, আৰু ইউএফোলজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰানৰ্মেল” প্ৰবন্ধৰ সংশোধন ২৩৩৫৮৮ (১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।