অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পু্ত্ৰী মাৰিনো

নি লুহ ধৰ্মা পুত্ৰী মাৰিনো (বালিনীজ: ᬦᬶᬮᬸᬄᬤ᭄ᬳᬃᬫᬧᬸᬢ᭄ᬭᬶᬫᬭᬶᬦᭀ; জন্ম ৪ আগষ্ট ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু উপস্থাপক। তেওঁ ইটালিয়ান–বালিনিজ বংশোদ্ভৱ। তেওঁ চলচ্চিত্ৰ প'জেচিফ (২০১৭)ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে চিত্ৰা বঁটা লাভ কৰে।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৬ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নি লুহ ধৰ্মা পুত্ৰী মাৰিনো (বালি ভাষা: ᬦᬶᬮᬸᬄᬤ᭄ᬳᬃᬫᬧᬸᬢ᭄ᬭᬶᬫᬭᬶᬦᭀ; জন্ম ৪ আগষ্ট ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু উপস্থাপক। তেওঁ ইটালিয়ান–বালিনিজ বংশোদ্ভৱ।১ তেওঁ চলচ্চিত্ৰ প'জেচিফ (২০১৭)ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে চিত্ৰা বঁটা লাভ কৰে। তেওঁ দ্বিতীয়গৰাকী নৱাগতা অভিনেত্ৰী হিচাপে এই সন্মান লাভ কৰে; ইয়াৰ আগতে ক্ৰিষ্টিন হাকিমে ১৯৭৪ চনত চিন্তা পেৰতামা (১৯৭৩) চলচ্চিত্ৰৰ বাবে এই বঁটা লাভ কৰিছিল।২৩ ইয়াৰ উপৰি তেওঁ এগৰাকী কবি। ২০১৯ চনত তেওঁৰ কাব্য সংকলন Poem PM প্ৰকাশিত হয়।৪

প্ৰাথমিক জীৱন

১৯৯৩ চনৰ ৪ আগষ্টত ইণ্ডোনেছিয়াৰ বালি প্ৰদেশৰ ডেনপাছাৰ চহৰত নি লুহ ধৰ্মা পুত্ৰী মেৰিনো নামেৰে জন্মগ্ৰহণ কৰিছিল পুত্ৰীয়ে। ইটালিয়ান মাতৃ ফ্ৰান্সেস্কো মেৰিনো আৰু বালিনীজ পিতৃ মাৰিয়ানা ৰূপদ্মীৰ তিনিটা সন্তানৰ ভিতৰত পুত্ৰী ডাঙৰ। তেওঁৰ দুগৰাকী সৰু ভগ্নী আছে, চেলি আম্বাৰ মেৰিনো আৰু সিথা মেৰিনো, সিহঁতো অভিনেত্ৰী।৫৬

কেৰিয়াৰ

ইণ্ডোনেছিয়াৰ চলচ্চিত্ৰ ইতিহাসৰ দ্বিতীয়গৰাকী অভিনেত্ৰী যিয়ে ২০১৭ চনত প্ৰথম ছবি প'ছেচিফৰ বাবে চিত্ৰা বঁটা লাভ কৰিছে, ১৯৭৪ চনত ক্ৰীষ্টিন হাকিমৰ পিছত চিন্তা পেৰতামা ছবিৰ বাবে।৭

ব্যক্তিগত জীৱন

২০১৮ চনৰ ৩ মাৰ্চত পুত্ৰীয়ে বালিৰ ছফিটেল নুছা দুয়াত ইণ্ডোনেছিয়ান অভিনেতা আৰু প্ৰযোজক চিক্কো জেৰিখোৰ সৈতে বিবাহপাশত আবদ্ধ হয।৮৯ ২০১৮ চনৰ ২৪ ছেপ্টেম্বৰত পুত্ৰীৰ প্ৰথম সন্তান জন্ম হয়।১০

চলচ্চিত্ৰ-তালিকা

চলচ্চিত্ৰ

বছৰশিৰোনামচৰিত্ৰমন্তব্য
২০১৭পোসেছিফলালা অনিন্ধিতা
২০১৭মাউ জাদি আপা?পুত্ৰী
২০১৮জেলিতা সেজুবা: মেনচিন্তাই কেসাত্ৰিয়া নেগাৰাছাৰিফাহ
২০১৮সুলতান আগুঙ: তাহ্তা, পেৰজুয়াঙ্গান, চিন্তালেম্বায়ুঙ মুদা
২০১৮মেনুঙগু পাগিনীনা
২০১৯তেৰিমা কাসিহ চিন্তাএভা মেলিয়ানা ছান্তি
২০২১লসমেন বুউ ব্ৰটোপুৰ
২০২১ৱান নাইট ষ্টেণ্ডলিয়া
২০২২চিন্তা প্ৰথমা, কেদুয়া আৰু কেতিগাএছিয়া
২০২২দ্য বিগ ৪দীনা
২০২৪দ্য আৰ্কিটেকচাৰ অৱ লাভৰাইয়া ৰিছজাদ
২০২৪কাবুত বেৰদুৰিইপদা সাঞ্জা আৰুনিকা
২০২৪তেবুসান দোসাতিৰ্তা
২০২৫সাম্পাই জম্পা সেলামত তিন্গালউইনা / উইন
২০২৬এম্পাত মুছিম পেৰ্তিৱি †পেৰ্তিৱি
ঘোষণা বাকীদ্য বিগ ৪: বাদাই পাচ্তি কেম্বালি †দীনা

কুঞ্জি

  • † – এতিয়াও মুক্তি নোপোৱা চলচ্চিত্ৰ
  • ঘোষণা বাকী (TBA) – পিছত ঘোষণা কৰা হ’ব

ৱেব ছিৰিজ

বছৰশিৰোনামচৰিত্ৰমন্তব্য
২০১৬এক্সেলাৰেট দ্য ছিৰিজপুত্ৰীপ্ৰথম কৰ্ম
২০২১—২০২২লায়াঙ্গান পুতুসকিনান আৰিপূৰ্ণামি
২০২৩গাদিছ ক্ৰেটেকআৰুম চেংকেহ

টেলিভিছন অনুষ্ঠান

বছৰশিৰোনামভূমিকামন্তব্য
২০১৩—২০১৬মাই ট্ৰিপ মাই এডভেঞ্চাৰউপস্থাপক

গ্ৰন্থপঞ্জী

+শিৰোনামবছৰকিতাপৰ তথ্য
পোয়েম পিএম২০১৯ফৰ্মেট: কবিতা, প্ৰকাশক: বেন্তাং পুস্তাকা, ISBN: ৯৭৮৬০২৪৩০৬০৮৩

বঁটা আৰু মনোনয়ন

বছৰবঁটাশ্ৰেণীমনোনীত কৰ্মফলাফল
২০১৭ফেষ্টিভাল ফিল্ম ইণ্ডোনেছিয়া ২০১৭শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীপোসেছিফ
ফেষ্টিভাল ফিল্ম টেম্পো ২০১৭পছন্দৰ মুখ্য অভিনেত্ৰী
পিয়ালা মায়া ২০১৭নিৰ্বাচিত নতুন অভিনেত্ৰী
২০১৮ইণ্ডোনেছিয়ান মুভি এক্টৰ্ছ এৱাৰ্ডছ ২০১৮শ্ৰেষ্ঠ নতুন অভিনেত্ৰী
আটাইতকৈ প্ৰিয় নতুন অভিনেত্ৰী
শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী
আটাইতকৈ প্ৰিয় মুখ্য অভিনেত্ৰী
ফেষ্টিভাল ফিল্ম বান্দুঙ ২০১৮প্ৰশংসিত মুখ্য অভিনেত্ৰী (চলচ্চিত্ৰ)জেলিতা সেজুবা: মেনচিন্তাই কেসাত্ৰিয়া নেগাৰা
২০২১ফেষ্টিভাল ফিল্ম টেম্পো ২০২১পছন্দৰ সহায়ক অভিনেত্ৰীলসমেন বুউ ব্ৰটো
২০২২পিয়ালা মায়া ২০২১ §নিৰ্বাচিত সহায়ক অভিনেত্ৰী
ফেষ্টিভাল ফিল্ম ইণ্ডোনেছিয়া ২০২২শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী
ইণ্ডোনেছিয়ান মুভি এক্টৰ্ছ এৱাৰ্ডছ ২০২২শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী
আটাইতকৈ প্ৰিয় সহায়ক অভিনেত্ৰী
শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীচিন্তা প্ৰথমা, কেদুয়া আৰু কেতিগা
আটাইতকৈ প্ৰিয় মুখ্য অভিনেত্ৰী
পিয়ালা মায়া ২০২১নিৰ্বাচিত মুখ্য অভিনেত্ৰী
ফেষ্টিভাল ফিল্ম ৱাৰ্তাৱান ইণ্ডোনেছিয়াশ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী – নাট্যধৰ্মী চলচ্চিত্ৰ
ফেষ্টিভাল ফিল্ম বান্দুঙ ২০২২প্ৰশংসিত মুখ্য অভিনেত্ৰী (চলচ্চিত্ৰ)ৱান নাইট ষ্টেণ্ড
প্ৰশংসিত মুখ্য অভিনেত্ৰী (ৱেব ছিৰিজ)লায়াঙ্গান পুতুস
২০২৩ফেষ্টিভাল ফিল্ম ৱাৰ্তাৱান ইণ্ডোনেছিয়াশ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী – একচন চলচ্চিত্ৰদ্য বিগ ৪
২০২৫ফেষ্টিভাল ফিল্ম টেম্পোপছন্দৰ সহায়ক অভিনেত্ৰীতেবুসান দোসা

§ – প্ৰতিটো চলচ্চিত্ৰ অনুসৰি বঁটা সমূহৰ ক্ৰম মিলাবলৈ, লসমেন বুউ ব্ৰটো চলচ্চিত্ৰৰ বাবে ২০২১ চনৰ পিয়ালা মায়া (আয়োজন ২০২২ চনত)দ্বাৰা প্ৰদান কৰা বঁটাখিনি, একেই বছৰত পিয়ালা মায়াদ্বাৰা চিন্তা প্ৰথমা, কেদুয়া আৰু কেতিগা চলচ্চিত্ৰৰ বাবে প্ৰদান কৰা বঁটাৰ সৈতে একেলগে অন্তৰ্ভুক্ত কৰা হোৱা নাই।

তথ্যসূত্ৰ

  1. ↑ Kusumawati, Anisyah. (July 4, 2018). Dikenal Blasteran Cantik Alami, Sosok Ayah Putri Marino Memesona!. Grid
  2. ↑ Amirio, Dylan. (November 13, 2017). Indonesian Film Festival brings glamor to Manado. The Jakarta Post
  3. ↑ Sundari, Zulfa Ayu. (November 12, 2017). Putri Marino Kalahkan Dian Sastrowardoyo di FFI 2017. Liputan6
  4. ↑ Poem PM. www.goodreads.com
  5. ↑ (22 Juli 2023). 7 Potret Ambar Marino, Adik Kandung Putri Marino - Paras Cantiknya Mencuri Perhatian. KapanLagi
  6. ↑ Merdekawan, Guntur. (March 7, 2018). FOTO: Sitha Dewi, Adik Bungsu Putri Marino Yang Jago Basket. KapanLagi
  7. ↑ Sundari, Zulfa Ayu. (12 November 2017). Putri Marino Kalahkan Dian Sastrowardoyo di FFI 2017. Liputan6.com
  8. ↑ Juniman, Puput Tripeni. Chicco Jerikho dan Putri Marino Resmi Menikah. CNN Indonesia
  9. ↑ Setiawan, Tri Susanto. (March 8, 2018). Chicco Jerikho Ungkap Alasannya Segera Menikahi Putri Marino. Kompas
  10. ↑ Saputra, Rizky Aditya. (2018-09-26). Putri Marino Melahirkan, Chicco Jerikho Menangis. Liputan6.com

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়ান অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পু্ত্ৰী মাৰিনো” প্ৰবন্ধৰ সংশোধন ৫৭৭৯৭২ (১৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।