ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। শৰীৰবিজ্ঞান বা ঔষধ বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।
| বৰ্ষ | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
|---|---|---|---|---|
| ২০১২ | ছাৰ জন বি. গৰ্ডন (Sir John B. Gurdon) | এওঁলোকে আৱিষ্কাৰ কৰিছিল যে পৰিণত কোষকো পুনৰ প্ৰ'গ্ৰাম কৰি প্লুৰিপ'টেণ্ট কোষত পৰিণত কৰিব পৰা যায় ("for the discovery that mature cells can be reprogrammed to become pluripotent")১ | ||
| শ্বিন্যা য়ামানাকা (Shinya Yamanaka) | ||||
| ২০১১ | ব্ৰুচ ই. বিউট্লাৰ (Bruce A. Beutler) | এই বৰ্ষৰ বঁটা দুভাগ কৰি এভাগ ব্ৰুচ বিউট্লাৰ আৰু জুল হফ্মেনলৈ দিয়া হয় তেওঁলোকৰ "জন্মগত প্ৰতিৰোধী ব্যৱস্থাৰ সক্ৰিয়কৰণ সম্পৰ্কীয় আৱিষ্কাৰ সমূহৰ বাবে" ("for their discoveries concerning the activation of innate immunity")। বঁটাৰ বাকী অংশ ৰাল্ফ ষ্টেইনমেনলৈ আগবঢ়োৱা হয়, "তেখেতে আৱিষ্কাৰ কৰা ডেনড্ৰাইটিক কোষ আৰু অভিযোজ্য প্ৰতিৰোধী ব্যৱস্থাত ইয়াৰ ভূমিকা সম্বন্ধীয় গৱেষণাৰ বাবে" ("for his discovery of the dendritic cell and its role in adaptive immunity".)২ | ||
| জুল এ. হফ্মেন (Jules A. Hoffmann) | ||||
| ৰাল্ফ এম. ষ্টেইনমেন (Ralph M. Steinman) | ||||
| ২০১০ | ৰবাৰ্ট জি. এড্ৱাৰ্ড্ছ Robert G. Edwards) | "কৃত্ৰিম নি:ষেচনৰ বিকাশৰ বাবে" ("Development of in vitro fertilization".)৩ | ||
| অসমাপ্ত তালিকা |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ "The Nobel Prize in Physiology or Medicine 2012". Nobelprize.org. 11 Oct 2012 www.nobelprize.org/nobel_prizes/medicine/laureat
- ↑ "The Nobel Prize in Physiology or Medicine 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/medicine/laureat
- ↑ "The Nobel Prize in Physiology or Medicine 2010. Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/medicine/laureat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা বিজয়ী (শৰীৰবিজ্ঞান বা ঔষধ)” প্ৰবন্ধৰ সংশোধন ২৯৭১১৪ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।