{{Infobox civilian attack |title = পেৰিছ আক্ৰমণ, নৱেম্বৰ,২০১৫ |image = Parisattacks.png |width = 300 |caption = আক্ৰমণৰ স্থানসমূহ |location = পেৰিছ, ফ্ৰান্স চেইন্ট ডেনিছ, ফ্ৰান্স ১: ষ্টেডি দি ফ্ৰান্স ২: ৰিউ বিছাট আৰু ৰিউ এলিবাৰ্ট (লা কেৰিলন, লা পেটিঁ কম্বোডি) ৩: ৰিউ ডি লা ফন্টেইন ও-ৰই'' পথৰ লা কাছা ন'ষ্ট্ৰা নামৰ ইটালীয়ান ৰেষ্টোৰাঁ ৪: বাটাক্লেন প্ৰেক্ষাগৃহ ৫: ৰিউ ডি চেৰণী পথৰ লা বেলে ইকুইপি ৰেষ্টোৰাঁ
|date = ১৩ নৱেম্বৰ ২০১৫ – ১৪ নৱেম্বৰ ২০১৫ |time-begin = ২১:১৬ |time-end = ০০:৫৮ |timezone = মধ্য ইউৰোপীয় সময় |type = নিৰ্বিচাৰ গুলিবৰ্ষণ, বোমা বিস্ফোৰণ়়, অতৰ্কিত আক্ৰমণ আৰু পলায়ন, পণবন্দীকৰণ, আত্মঘাতী আক্ৰমণ |weapons =
|fatalities = ১২৯:২
- বাটাক্লেন প্ৰেক্ষাগৃহ: ৮৯
- লা কেৰিলন, লা পেটিঁ কম্বোডি: ১১
- লা কাছা ন'ষ্ট্ৰা: ৫
- ষ্টেডি দি ফ্ৰান্স: ৬
- লা বেলে ইকুইপি: ১৮
আক্ৰমণকাৰী সাতজনীয়া জেহাদী যুঁজাৰুৰ দল ২ |injuries = ৩৫২,৩ গুৰুতৰ ভাৱে আহত ৯৯ ৪ |perps=আইছিছ৫ |perpetrators=
- ৩ জন বেলজিয়ান
- ওমৰ ইছমাইল মোস্তাফা
- আহমেদ অল মোহম্মদ
- এম. অল মোহম্মদ
- ১ জন অচিনাক্ত
|numparts = |motive = ইছলামিক কট্টৰপন্থা
- কিয়নো পেৰিছ দুৰাচাৰী আৰু ঘৃণীত সকলৰ ৰাজধানী ৬
- চিৰিয়া আৰু ইৰাকত ফ্ৰান্সৰ বিমান আক্ৰমণৰ প্ৰতিশোধ ৭
- ফ্ৰান্সৰ ৰাষ্ট্ৰপতি অলাণ্ডেৰ মুছলিম দেশৰ বাবে বিদেশ নীতি৮
}} ১৩ নৱেম্বৰ, ২০১৫ ৰ সন্ধিয়া মধ্য ইউৰোপীয় সময় প্ৰায় ২১ বাজি ১৬ মিনিট ত আইছিছৰ অতি কমেও সাতজনীয়া জেহাদী যুঁজাৰুৰ দলে আত্মঘাতী মনোভাৱৰে ইউৰোপ মহাদেশৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছ মহানগৰী আৰু ইয়াৰ উত্তৰীয় উপনগৰ চেইন্ট ডেনিছৰ সাত ঠাইত প্ৰায় সমান্তৰাল ভাৱে স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ আৰু বোমাৰে আক্ৰমণ চলাই যাৰ ফলত
- ১। ষ্টেডি দি ফ্ৰান্স খেলপথাৰ
- ২। ৰিউ বিছাট পথৰ লা কেৰিলন কফি-বাৰৰ সন্মুখ
- ৩। ৰিউ এলিবাৰ্ট পথৰ লা পেটিঁ কম্বোডি ৰেষ্টোৰাঁ
- ৪। ৰিউ ডি লা ফন্টেইন ও-ৰই পথৰ লা কাছা ন'ষ্ট্ৰা নামৰ ইটালীয়ান ৰেষ্টোৰাঁ
- ৫। ৰিউ ডি চেৰণী পথৰ লা বেলে ইকুইপি ৰেষ্টোৰাঁ
- ৬। ভল্টেয়াৰ নগৰ-বেষ্টনী পথ আৰু
- ৭। বাটাক্লেন প্ৰেক্ষাগৃহত প্ৰায় চাৰে তিনি ঘন্টাৰ ভিতৰত মুঠতে অতি কমেও ১২৯ জন লোক নিহত আৰু ৩৫২ জন লোক আহত হয় আৰু দেশখনক এক জৰুৰী অৱস্থাৰ মাজলৈ ঠেলি নিয়ে।৯
২০০৪ চনৰ স্পেইনৰ মাদ্ৰিদ ৰেল বিস্ফোৰণৰ পাচত ইউৰোপত সংঘটিত হোৱা ইয়েই দ্বিতীয় ভয়ংকৰ আক্ৰমণৰ ঘটনা আৰু ফ্ৰান্সৰ মতে দ্বিতীয় মহাসমৰৰ পাচত সেই দেশৰ ওপৰত হোৱা সৰ্বনাশী আক্ৰমণ। ১৪ নৱেম্বৰ, ২০১৫ ৰ ৰাতিপুৱা আইছিছৰ তৰফৰ পৰা এই ঘটনাৰ দায়িত্ব লোৱা হয় আৰু ইয়াক ইউৰোপত অনাগত ধৰ্মযুদ্ধৰ ধুমুহাৰ আৰম্ভনি বুলি ঘোষনা কৰা হয়।
তথ্যসূত্ৰ
- ↑ (14 November 2015). Paris attacks: More than 100 killed in gunfire and blasts, French media say. CNN
- ↑ Claire Phipps. (15 November 2015). Paris attacker named as Ismaïl Omar Mostefai as investigation continues – live updates. The Guardian
- ↑ Paris attacks updates. BBC News
- ↑ Attaques à Paris: ce que l'on sait des attentats qui ont fait au moins 128 morts. Le Monde.fr
- ↑ ISIS claims responsibility of Paris attacks. CNN
- ↑ (14 November 2015). Paris attacks: Bloody atrocity signals shift in Isis strategy. Financial Times
- ↑ Elgot, Jessica; Phipps, Claire; Bucks, Jonathan. (14 November 2015). Paris attacks: Islamic State says killings were response to Syria strikes. The Guardian
- ↑ ‘This Is Because of all the Harm Done by Hollande to Muslims’, The New York Times
- ↑ www.telegraph.co.uk/news/worldnews/europe/france
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱেম্বৰ ২০১৫-ৰ পেৰিছ আক্ৰমণ” প্ৰবন্ধৰ সংশোধন ১৯০২১১ (৯ ফেব্ৰুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।