অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নৱযুগ (আলোচনী)

নৱযুগ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ষাঠিৰ দশকত প্ৰকাশ পোৱা এখন সাপ্তাহিক বাৰ্তালোচনী। এই আলোচনীখনক পৰৱৰ্তী কালত এখন বিশেষ‌ উল্লেখ্যযোগ্য আলোচনী বুলি মান্যতা দিয়া হৈছে। আলোচনীখনে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰৰ আলোচনাত বিশেষ গুৰুত্ব দিছিল।

হালনাগাদ: ১১ মাৰ্চ ২০২৫ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

নৱযুগ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ষাঠিৰ দশকত প্ৰকাশ পোৱা এখন সাপ্তাহিক বাৰ্তালোচনী। এই আলোচনীখনক পৰৱৰ্তী কালত এখন বিশেষ‌ উল্লেখ্যযোগ্য আলোচনী বুলি মান্যতা দিয়া হৈছে। আলোচনীখনে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰৰ আলোচনাত বিশেষ গুৰুত্ব দিছিল। সৃজনশীল সাহিত্যিৰ প্ৰতিও আলোচনীখনে বিশেষ গুৰুত্ব দিছিল। সেইসময়ত প্ৰবীণ সকলৰ বাহিৰেও কেইবাগৰাকী নবীন লেখক -লেখিকাই নৱযুগৰ পাততে প্ৰথম আত্মপ্ৰকাশ কৰে।১

তথ্যসূত্ৰ

  1. ↑ বৰগোহাঞি,হোমেন (সম্পাদক). (খৃ:১৯৩৯ৰ পৰা বৰ্তমানলৈ). অসমীয়া সাহিত্যৰ বুৰঞ্জী ষষ্ঠ খণ্ড (পৰিৱৰ্ধিত সংস্কৰণ). সঞ্চালক,আনন্দৰাম বৰুৱ ভাষা -কলা -সংস্কৃতি সংস্হ,অসম ৰজাদুৱাৰ,উত্তৰ গুৱাহাটী. পৃ. ৮৯৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱযুগ (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৪৯০৭৪০ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।