অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী

নৰ্থ ইষ্টাৰ্ন ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী (NEIAH) ভাৰত চৰকাৰৰ ভিতৰত আয়ুস মন্ত্ৰ্যালয়ৰ অধীনত এটা স্বায়ত্তশাসিত প্ৰতিষ্ঠান। এইখন মাওডিয়াংডিয়াং, শ্বিলং, মেঘালয়ত অৱস্থিত।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৫ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নৰ্থ ইষ্টাৰ্ন ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী (NEIAH) ভাৰত চৰকাৰৰ ভিতৰত আয়ুস মন্ত্ৰ্যালয়ৰ অধীনত এটা স্বায়ত্তশাসিত প্ৰতিষ্ঠান। এইখন মাওডিয়াংডিয়াং, শ্বিলং, মেঘালয়ত অৱস্থিত। ইয়াক ২০১৬ চনৰ ২২ ডিচেম্বৰত আয়ুস মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নাইকয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।১২০১৯-২০ শিক্ষাবৰ্ষৰপৰা দুয়োখন বিভাগত আসন বছৰি ৬৩ টালৈ বৃদ্ধি কৰা হৈছে।২প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদিক চিকিৎসা আৰু অস্ত্ৰোপচাৰত স্নাতক আৰু হোমিঅ’পেথিক চিকিৎসা আৰু অস্ত্ৰোপচাৰত স্নাতকৰ পাঁচ বছৰ ছমাহৰ পাঠ্যক্ৰম আগবঢ়ায় য’ত এবছৰৰ বাধ্যতামূলক ইণ্টাৰশ্বিপ অন্তৰ্ভুক্ত কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ (22 December 2016). Naik inaugurates Northeast Institute of Ayurveda and Homeopathy
  2. ↑ North Eastern Institute of Ayurveda & Homoeopathy (NEIAH), Shillong, Meghalaya. neiah.nic.in
  3. ↑ North Eastern Institute of Ayurveda and Homoeopathy (NEIAH), Shillong, Meghalaya

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী” প্ৰবন্ধৰ সংশোধন ৫৩৮৯৬২ (১৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।