অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নৰান্তক-দেৱান্তক

নৰান্তক ( नरान्तक, অৰ্থাৎ নৰৰ অন্তকাৰী) আৰু দেৱান্তক ( देवान्तक, বা দেৱতাৰ অন্তকাৰী) হৈছে দুজন ৰাক্ষস আৰু ৰাৱণ পুত্ৰ। বিভিন্ন হিন্দু কিংবদন্তীত এই দুই দৈত্যৰ উল্লেখ পোৱা যায়। অতিকায় সহ, এওঁলোকক ৰাৱণে পুত্ৰ হিচাপে ধন্যমালিনীৰ গৰ্ভত সৃষ্টি কৰিছিল।

হালনাগাদ: ২০ এপ্ৰিল ২০২৪ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নৰান্তক ( नरान्तक, অৰ্থাৎ নৰৰ অন্তকাৰী) আৰু দেৱান্তক ( देवान्तक, বা দেৱতাৰ অন্তকাৰী) হৈছে দুজন ৰাক্ষস আৰু ৰাৱণ পুত্ৰ। বিভিন্ন হিন্দু কিংবদন্তীত এই দুই দৈত্যৰ উল্লেখ পোৱা যায়। ১

অতিকায় সহ, এওঁলোকক ৰাৱণে পুত্ৰ হিচাপে ধন্যমালিনীৰ গৰ্ভত সৃষ্টি কৰিছিল। দেৱান্তকৰ পুত্ৰ মহান্তক, ৰাক্ষস গোত্ৰৰ একমাত্ৰ ৰাক্ষস আছিল যাৰ যুদ্ধ ক্ষেত্ৰত মৃত্যুবৰণ হোৱা নাছিল আৰু ৰাম আৰু তেওঁৰ সৈন্যই মহাকান্তক ক্ষমা কৰি দিছিল। তেওঁ পিছত বহু দূৰৈৰ কন্যাকুব্জ দেশলৈ গুচি গৈছিল আৰু ব্ৰাহ্মণবাদ অনুসৰণ কৰে।

পিছলৈ তেওঁৰ জনজাতি কন্যাকুব্জ ব্ৰহ্মৰ পুলস্ত্য কুল গোত্ৰৰ সৈতে একত্ৰিত হয় আৰু জনপ্ৰিয়ভাৱে পুলস্ত্য গোত্ৰ ব্ৰাহ্মণ নামেৰে জনাজাত হৈ পৰে।২

তথ্যসূত্ৰ

  1. ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
  2. ↑ Ranganayakamma. (2004). RAMAYANA The Poisonous Tree. Sweet Home Publications

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰঅসুৰৰামায়ণৰ ৰাক্ষস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰান্তক-দেৱান্তক” প্ৰবন্ধৰ সংশোধন ৪১৯১২৬ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।