অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ত্ৰিশিৰা

ত্ৰিশিৰা (: त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।

হালনাগাদ: ২০ এপ্ৰিল ২০২৪ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ত্ৰিশিৰা (: त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।১

ৰামায়ণত ত্ৰিশিৰা

ৰামায়ণত বৰ্ণনা কৰা অনুসৰি তেওঁ হনুমানৰ সৈতে যুদ্ধত লিপ্ত হৈছিল আৰু কেইবাপাতো তীৰেৰে হনুমানক আঘাত কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ দি হনুমানে তেওঁক কৈছিল যে এই কাড়বোৰ আঘাত তেওঁৰ শৰীৰত ফুল ৰখাৰ দৰে হোৱা অনুভৱৰ বাদে আন একো নহয়। ইয়াৰ পিছত, দুয়োৰে মাজত আৰম্ভ হোৱা দ্বৈত্য যুদ্ধত হনুমানে ত্ৰিশিৰাক হত্যা কৰে। ২

তথ্যসূত্ৰ

  1. ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
  2. ↑ BOOK VI: Canto LXX.: The Death of Tris'iras.. www.sacred-texts.com

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰঅসুৰৰামায়ণৰ ৰাক্ষস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিশিৰা” প্ৰবন্ধৰ সংশোধন ৪১৯১৩৩ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।