অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নৈহাটী

নৈহাটী ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ উত্তৰ ২৪ পৰগনা জিলাৰ এখন চহৰ আৰু এখন পুৰণি পৌৰসভা, যিখন ১৮৬৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ই কলকাতা মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সামৰি লোৱা অঞ্চলৰ এটা অংশ।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নৈহাটী ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ উত্তৰ ২৪ পৰগনা জিলাৰ এখন চহৰ আৰু এখন পুৰণি পৌৰসভা, যিখন ১৮৬৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ই কলিকতা মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সামৰি লোৱা অঞ্চলৰ এটা অংশ।১ যি ৰেল আৰু পথৰ যোগেদি কলকাতাৰ সৈতে সংযোগ স্থাপন কৰা হৈছে৷ এইখন চহৰত ভাৰতৰ জাতীয় গীত বন্দে মাতৰম্‌ৰ লেখক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়,২ সাহিত্যিক হৰপ্ৰসাদ শাস্ত্ৰী, সমৰেশ বসু, বিখ্যাত ৰসায়নবিদ দেৱাশীষ মুখাৰ্জীৰ দৰে ব্যক্তিৰ জন্ম হৈছিল। ঘন জনবসতিপূৰ্ণ এই চহৰখনৰ জনসংখ্যা দুই লাখতকৈও অধিক। এই চহৰখন ভাৰতৰ এখন অন্যতম পৰিষ্কাৰ চহৰ।

তথ্যসূত্ৰ

  1. ↑ Base Map of Kolkata Metropolitan area. Kolkata Metropolitan Development Authority
  2. ↑ Bankim Chandra Chattopadhyay House bears cracker brunt. The Telegraph

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চলপশ্চিমবংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৈহাটী” প্ৰবন্ধৰ সংশোধন ৫৭২৪৮০ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।