নিগিৰি ভাণ্ডেলিউৰিয়া (Nilgiri long-tailed tree mouse; বৈজ্ঞানিক নামঃ Vandeleuria nilagirica), যাক নিগিৰি দীঘলনেজীয়া গছ এন্দুৰ১২ আৰু ভাৰতীয় দীঘলনেজীয়া গছ এন্দুৰ বুলিও কোৱা হয়,৩ ই মুৰিদাই (Muridae) পৰিয়ালৰ এবিধ তীক্ষ্ণদন্তী প্ৰাণী।৪ ই প্ৰকৃততে এছিয়াৰ দীঘলনেজীয়া বগাই যোৱা এন্দুৰৰ উপপ্ৰজাতি নেকি সেই সম্পৰ্কে কিছু বিতৰ্ক হৈছে যদিও বৰ্তমানৰ মতামত অনুসৰি ইয়াক সঁচাকৈয়ে এক পৃথক প্ৰজাতি বুলি অনুমান কৰা হৈছে। ইয়াক ভাৰতত পোৱা যায়।৪২৫৬
তথ্যসূত্ৰ
- ↑ Animals and Plants Unique to India. Lntreasures.com. Retrieved on 2012-12-28
- ↑ Sanjay Molur; Mewa Singh. (2009). Non-volant small mammals of the Western Ghats of Coorg District, southern India. Journal of Threatened Taxa. পৃ. 589–608 PDF
- ↑ Mammals of India – OSAI Environmental Organisation, Tamil Nadu, India . Greenosai.org. Retrieved on 2012-12-28
- ↑ Molur, S. (2016). Vandeleuria nilagirica
- ↑ Small Mammal Mail. Volume 1 Number 2 (Aug–Dec 2009) zoosprint.org
- ↑ Don E. Wilson; DeeAnn M. Reeder. (2005). Mammal Species of the World: A Taxonomic and Geographic Reference. JHU Press. পৃ. 1517–. ISBN 978-0-8018-8221-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলগিৰি দীঘলনেজীয়া গছ এন্দুৰ” প্ৰবন্ধৰ সংশোধন ৬২৭৬৮৮ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।