নীলকান্ত চোলাধৰা ফুকন আহোম ৰাজবিষয়া আছিল৷ তেওঁ অসম ১৮৫৭ চনত হোৱা বৃটিছ বিৰোধী আন্দোলনত মণিৰাম দেৱানক সহযোগ কৰিছিল১ আৰু ইয়াৰ বাবে কাৰাবৰণ কৰিবলগীয়া হৈছিল৷ ইংৰাজ চৰকাৰে তেওঁক দোষী সাব্যস্ত কৰি ১৪ বছৰৰ বাবে কলিয়াপানীলৈ নিৰ্বাসন দিছিল৷২
তথ্যসূত্ৰ
- ↑ দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰামত অসম
- ↑ বৰ্মন, শিৱনাথ. (২০১৮). জীৱনী অভিধান. বনলতা. পৃ. ১২১. ISBN 978-81-7339-428-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলকান্ত চোলাধৰা ফুকন” প্ৰবন্ধৰ সংশোধন ৪১৪০৬৪ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।