অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নিকাহ হালালা

নিকাহ হালালা (نکاح حلالہ‎‎; তাহলিল বিবাহ নামেৰেও পৰিচিত) এনে এক প্ৰথা য'ত এগৰাকী মহিলাই তিন তালাক লাভ কৰি অন্য এজন পুৰুষক বিয়া কৰাই যৌন সম্পৰ্ক কৰে, শেষত বিবাহ সমাপ্ত কৰি পূৰ্বৰ স্বামীক পুনৰ বিয়া কৰায়।

হালনাগাদ: ১৫ জুন ২০২৪ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

নিকাহ হালালা (نکاح حلالہ‎‎; তাহলিল বিবাহ নামেৰেও পৰিচিত)১ এনে এক প্ৰথা য'ত এগৰাকী মহিলাই তিন তালাক লাভ কৰি অন্য এজন পুৰুষক বিয়া কৰাই যৌন সম্পৰ্ক কৰে, শেষত বিবাহ সমাপ্ত কৰি পূৰ্বৰ স্বামীক পুনৰ বিয়া কৰায়। বিশেষকৈ যিহেতো বেলেগৰ ঘৰলৈ বা বেলেগ পৰিয়াললৈ নিজৰ ছোৱালী বা বোৱাৰী জনীক যৌন সম্পৰ্ক বাবে পঠোৱাত সন্মান আৰু আত্মসন্মানৰ কথা আহি পৰে বা মনে নকয় সেইবাবে হালালা ঘৰৰ পৰিয়ালৰ মানুহৰ মাজতেই কৰাই থোৱা দেখা যায়।নিকাহ মানে বিবাহ আৰু হালালাৰ অৰ্থ হ'ল হালাল বা হালাল কৰাৰ উপায়।

মূলতঃ তিন তালাকক স্বীকৃতি প্ৰদানকাৰী মুছলিম সংখ্যালঘু দেশসমূহৰ দ্বাৰা নিকাহ হালালা অনুশীলন কৰা হয়।২৩

ভাৰতকে ধৰি বহু দেশত নিকাহ হালালাক চৰকাৰে নিষিদ্ধ কৰিছে কাৰণ ইয়াৰ অপব্যৱহাৰ আৰু শোষণৰ সম্ভাৱনা আছে।

তথ্যসূত্ৰ

  1. ↑ Ali, Shaheen Sardar; Griffiths, Anne. From Transnational Relations to Transnational Laws: Northern European Laws at the Crossroads. Routledge. ISBN 9781317131588
  2. ↑ Ahmad, Athar. The women who sleep with a stranger to save their marriage. BBC News
  3. ↑ Nikah Halala: A Law That Demands A Woman To Sleep With Stranger To Remarry Her Divorced Husband. Outlook India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকাহ হালালা” প্ৰবন্ধৰ সংশোধন ৪২৩১৫৬ (১৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।