অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নাৰ্গিছ বাঘেৰী

নাৰ্গিছ বাঘেৰী এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু গায়িকা, যিয়ে বলীউড আৰু কলিউড ছবিত অভিনয় কৰিছিল আৰু বলীউডৰ এখন ছবিৰ বাবে গীত গাইছিল। তেওঁক বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ দৰে একে নাৰ্গিছ নামেৰে জনা যায়। বাঘেৰীৰ ঘৰ পুনেত। ২০০৫ চনত মুক্তি পোৱা গৰম মছলা আছিল তেওঁৰ প্ৰথম ছবি।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

নাৰ্গিছ বাঘেৰী এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু গায়িকা, যিয়ে বলীউড আৰু কলিউড ছবিত অভিনয় কৰিছিল আৰু বলীউডৰ এখন ছবিৰ বাবে গীত গাইছিল। তেওঁক বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ দৰে একে নাৰ্গিছ নামেৰে জনা যায়।

বাঘেৰীৰ ঘৰ পুনেত।১২ ২০০৫ চনত মুক্তি পোৱা গৰম মছলা আছিল তেওঁৰ প্ৰথম ছবি।৩৪ ২০০৭ চনত তেওঁৰ কলিউডৰ ছবি নিনাইথালে মুক্তি পায়।৫ তেওঁৰ পৰৱৰ্তী বলীউডৰ ছবি প্ৰণালী: দ্য ট্ৰেডিচন৬ ২০০৮ চনত মুক্তি পায়।৭ তাৰ পিছত ২০০৯ চনত তেওঁৰ ছবি মৰ্নিং ৱাক মুক্তি পায়।৮ এই ছবিখনত তেওঁ "নাচ লে" নামৰ এটা গীতো গাইছিল।৯ তেওঁৰ শেষৰখন ছবি কুষ্টি ২০১০ চনত মুক্তি পাইছিল।১০

তথ্যসূত্ৰ

  1. ↑ THE NAMESAKE. The Times of India
  2. ↑ Meet the women in Garam Masala. Rediff.com
  3. ↑ (4 July 2009). Nargis Bagheri believes in slow but steady growth. Deccan Chronicle
  4. ↑ (29 September 2015). PIX: The GORGEOUS women Akshay launched. Rediff.com
  5. ↑ (14 May 2007). Ninaithale suffers from a weak story. Rediff.com
  6. ↑ Pranali - The Tradition Movie Photos · Pranali - The Tradition Movie Stills · Pranali - The Tradition Bollywood Movie Photo Gallery - ETimes Photogallery. photogallery.indiatimes.com
  7. ↑ PRANALI: THE TRADITION. Cinestaan
  8. ↑ MORNING WALK. Box Office India
  9. ↑ (14 July 2009). Shaan is all praise for Nargis. The Times of India
  10. ↑ KUSHTI. Box Office India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰ্গিছ বাঘেৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭২৭৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।