দিলপ্ৰীত সিং (Dilpreet Singh) (জন্ম ১২ নৱেম্বৰ ১৯৯৯) হৈছে এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ। তেওঁ ভাৰতীয় জাতীয় ফিল্ড হকীৰ পুৰুষ দলৰ ফৰৱাৰ্ড হিচাপে খেলে।১২
প্ৰাৰম্ভিক জীৱন
তেওঁ ভাৰতৰ পঞ্জাবৰ অমৃতসৰ জিলাৰ বুটালাৰ নিৱাসী। তেওঁৰ পিতৃ বলবিন্দৰ সিং সেনাৰ এজন হকী খেলুৱৈ আছিল আৰু তেওঁৰ উৎসাহৰ বাবেই দিলপ্ৰীতে হকী খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথমতে তেওঁৰ পিতৃৰ খাদুৰ চাহিব একাডেমীত প্ৰশিক্ষণ লৈছিল আৰু পিছত অমৃতসৰত অৱস্থিত মহাৰাজ ৰঞ্জিত সিং হকী একাডেমীৰ পৰা আৰু পৰৱৰ্তী সময়ত জলন্ধৰৰ সুৰজিৎ একাডেমীৰ পৰা প্ৰশিক্ষণ লৈছিল।৩
তথ্যসূত্ৰ
- ↑ Grewal, Indervir. (31 March 2018). Dilpreet, the tiger on prowl. The Tribune
- ↑ Grewal, Indervir. (16 March 2018). CWG: 18-year-old Dilpreet’s ‘big moment’ arrives. The Tribune
- ↑ Arvind, S. (21 March 2018). Dilpreet Singh is the next big thing for India. My Khel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলপ্ৰীত সিং” প্ৰবন্ধৰ সংশোধন ৫৭৯০২৬ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।