অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় হৈছে সমগ্ৰ দেশত সকলো দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে ৯ নৱেম্বৰ ২০১৪ তাৰিখে গঠন কৰা ভাৰত চৰকাৰ মন্ত্ৰালয়। ঔদ্যোগিক প্ৰশিক্ষণ, শিক্ষানবিশ আৰু অন্যান্য দক্ষতা বিকাশৰ দায়িত্ব "শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়"ৰ পৰা ১৬ এপ্ৰিল ২০১৫ তাৰিখে নতুনকৈ নিৰ্মিত এই…

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২৬ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় হৈছে সমগ্ৰ দেশত সকলো দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে ৯ নৱেম্বৰ ২০১৪ তাৰিখে গঠন কৰা ভাৰত চৰকাৰ মন্ত্ৰালয়।১ ঔদ্যোগিক প্ৰশিক্ষণ, শিক্ষানবিশ আৰু অন্যান্য দক্ষতা বিকাশৰ দায়িত্ব "শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়"ৰ পৰা ১৬ এপ্ৰিল ২০১৫ তাৰিখে নতুনকৈ নিৰ্মিত এই মন্ত্ৰালয়লৈ স্থানান্তৰ কৰা হৈছিল।২ ইয়াৰ উদ্দেশ্য হৈছে দক্ষ জনশক্তিৰ চাহিদা আৰু যোগানৰ মাজৰ সংযোগ বিচ্ছিন্ন কৰা, কেৱল বিদ্যমান চাকৰিৰ বাবেই নহয়, সৃষ্টি কৰিব লগা চাকৰিৰ বাবেও নতুন দক্ষতা আৰু উদ্ভাৱনী মূলক চিন্তা ধাৰণ কৰা।

মন্ত্ৰীসকল

+ক্ৰমিক ন্ংনামকাৰ্য্যকালৰাজনৈতিক দলপ্ৰধানমন্ত্ৰী
১সৰ্বানন্দ সোণোৱাল''(এম.ও.এছ., স্বতন্ত্ৰ মাচুলদক্ষতা বিকাশ বিভাগ)'২৬ মে ২০১৪৯ নৱেম্বৰ ২০১৪ভাৰতীয় জনতা পাৰ্টি (নেচনেল ডেমক্ৰেটিক এলায়েন্)নৰেন্দ্ৰ মোডী
২ৰাজীৱ প্ৰতাপ ৰুডি (ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ )৯ নৱেম্বৰ ২০১৪৩ ছেপ্টেম্বৰ ২০১৭
৩ধৰ্মেন্দ্ৰ প্ৰধান৩ ছেপ্টেম্বৰ ২০১৭৩০ মে ২০১৯
৪মহেন্দ্ৰ নাথ পাণ্ডে৩১ মে ২০১৯

সংস্থা সমূহ

মন্ত্ৰালয়ে নিম্নলিখিত প্ৰতিষ্ঠানসমূহৰ সৈতে দক্ষতা বিকাশৰ পদক্ষেপ আৰু প্ৰশিক্ষণ আন্তঃগাঁথনি প্ৰদান আৰু সুবিধা প্ৰদান কৰাৰ দায়িত্বত আছে।৩

    • প্ৰশিক্ষণ সঞ্চালক প্ৰধান (পূৰ্বতে প্ৰশিক্ষণ আৰু নিযুক্তি সঞ্চালকালয়, শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়)
    • ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম
    • ৰাষ্ট্ৰীয় দক্ষতা বিকাশ সংস্থা
    • ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পুঁজি

আঁচনি সমূহ

    • প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা
    • উড়ান (UDAAN), জম্মু-কাশ্মীৰৰ বাবে এক বিশেষ উদ্যোগ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ mission booklet.cdr
  2. ↑ National Skill Development Mission | Prime Minister of India. Pmindia.gov.in
  3. ↑ Cabral; Dhar, Rajib Lochan. (2019-06-25). Skill development research in India: a systematic literature review and future research agenda. Benchmarking: An International Journal

সম্পৰ্কিত শ্ৰেণী

ভাৰত চৰকাৰৰ মন্ত্ৰণালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়” প্ৰবন্ধৰ সংশোধন ৬৩৬২৯৪ (১৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।