ড্ৰেগ (Drag) শব্দটোৱে পুৰুষত্ব, নাৰীত্ব বা অন্য লিংগীয় অভিব্যক্তিৰ প্ৰকাশ কৰে। ড্ৰেগ কুইন হৈছে কোনো স্ত্ৰী অভিব্যক্তি প্ৰকাশক ব্যক্তি (বিশেষভাৱে পুৰুষ) আৰু ড্ৰেগ কিং হৈছে কোনো পুৰুষ অভিব্যক্তি প্ৰকাশক ব্যক্তি (বিশেষভাৱে মহিলা)।১২৩ এই শব্দটোক ক্ৰিয়া পদ হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে ড্ৰেগ প্ৰদৰ্শনী হৈছে ইয়াৰ বিশেষণ ৰূপ।৪
ব্যুৎপত্তি

"ড্ৰেগ" শব্দটোৱে ১৮৭০ চনৰ ওচৰে পাজৰে লিখিত ৰূপ লাভ কৰে৫৬ যদিও ইয়াৰ উৎপত্তি সম্পৰ্কে সঠিককৈ জনা নাযায়। এটি প্ৰকাশিত মত অনুসৰি ১৯ শতিকাৰ থিয়েটাৰ শ্লেঙেই হৈছে ইয়াৰ ব্যুৎপত্তিগত মূল যি মজিয়াত চুঁচৰি যোৱা দীঘল স্কাৰ্টৰ পৰা উদ্ভৱ হৈছে।৭"
তথ্যসূত্ৰ
- ↑ Rupp, Leila J.; Taylor, Verta; Shapiro, Eve Ilana. (2010-06-01). Drag Queens and Drag Kings: The Difference Gender Makes. Sexualities. পৃ. 275–294
- ↑ Rupp, Leila J.; Taylor, Verta. (2016). Drag Queens and Drag Kings. The Blackwell Encyclopedia of Sociology. American Cancer Society. পৃ. 1–4. ISBN 978-1-4051-6551-8
- ↑ Mitchell, Nicole Phelps, Stef. (2018-03-08). Gender Renegades: Drag Kings Are Too Radical for Prime Time. Vogue
- ↑ Abate, Frank R.; Jewell, Elizabeth. (2001). The New Oxford American Dictionary. Oxford University Press. পৃ. 515. ISBN 978-0-19-511227-6
- ↑ Oxford English Dictionary 2012 (Online version of 1989 2nd. Edition) Accessed 11 April 2012
- ↑ 'I know what "in drag" means; it is the slang for going about in women's clothes.': The Times (London), 30 May 1870, p. 13, "The Men in Women's Clothes'
- ↑ Online Etymology Dictionary: Drag
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড্ৰেগ” প্ৰবন্ধৰ সংশোধন ২৬২৬১৫ (১১ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।