ডেকাৰগাঁও ৰে'লৱে ষ্টেচন ভাৰতৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন অন্যতম ৰে'ল ষ্টেচন।
এইখন অসমৰ শোণিতপুৰ জিলা সদৰ তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিঃমিঃ দূৰত আৰু তেজপুৰ বিমানবন্দৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত অৱস্থিত। ২০১৪ চনৰ ৪ জানুৱাৰীত মুকলি কৰা এই ৰেল ষ্টেচনে তেজপুৰ চহৰৰপৰা ভাৰতৰ বাকী অংশলৈ সংযোগ প্ৰদান কৰে। ১২৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেকাৰগাওঁ ৰেলৱে ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৬১৮১৯৬ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।