অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

টেঙা কঁটৰা

টেঙা কঁটৰা হৈছে ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সৰু সপুষ্পক উদ্ভিদৰ প্ৰজাতি। বহুসময়ত ইয়াক আলংকাৰিক পুষ্প হিচাপে গণ্য কৰা হয়। পূৰ্ৱতে ইয়াক বাউয়িনিয়া গণত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু উপ−পৰিয়াল চেৰিঅ’ডিয়াৰ আৰু ট্ৰাইব বাউইনিয়া চিনাক্তকৰণৰ লগে লগে ইয়াৰ নাম সলনি কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

টেঙা কঁটৰা হৈছে ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সৰু সপুষ্পক উদ্ভিদৰ প্ৰজাতি।১২ বহুসময়ত ইয়াক আলংকাৰিক পুষ্প হিচাপে গণ্য কৰা হয়। পূৰ্ৱতে ইয়াক বাউয়িনিয়া গণত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু উপ−পৰিয়াল চেৰিঅ’ডিয়াৰ৩ আৰু ট্ৰাইব বাউইনিয়া৪ চিনাক্তকৰণৰ লগে লগে ইয়াৰ নাম সলনি কৰা হয়।

ইয়াৰ এছীয় প্ৰজাতিটোক "Purple Orchid Tree" বুলি কোৱা হয় আৰু ভিয়েটনামী ভাষাত চান ট্ৰাও আৰু মং ব’ টাই ভই বুলি কয়। কেটালগ অৱ লাইফত উপ−প্ৰজাতিটোকP. malabaricum acidum নামেৰে অন্তৰ্ভুক্ত কৰা আছে।১

তথ্যসূত্ৰ

  1. ↑ Roskov Y., Kunze T., Orrell T., Abucay L., Paglinawan L., Culham A., Bailly N., Kirk P., Bourgoin T., Baillargeon G., Decock W., De Wever A., Didžiulis V. (ed). (2014). Species 2000 & ITIS Catalogue of Life: 2014 Annual Checklist.. Species 2000: Reading, UK
  2. ↑ ILDIS World Database of Legumes
  3. ↑ The Legume Phylogeny Working Group (LPWG). (2017). A new subfamily classification of the Leguminosae based on a taxonomically comprehensive phylogeny. Taxon. পৃ. 44–77
  4. ↑ (2009). The genus Bauhinia s.l. (Leguminosae): A phylogeny based on the plastid trnL–trnF region. Botany. পৃ. 947–960

সম্পৰ্কিত শ্ৰেণী

বৃক্ষঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেঙা কঁটৰা” প্ৰবন্ধৰ সংশোধন ৬২৪৪৪৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।